ৰিণিকি ভূঞা শৰ্মাই দিল্লীৰ টকা লোৱাৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মতে ইয়াত বিতৰ্ক হোৱাৰ কোনো কথা নাই, একাংশৰ ক্ষমতাত নথকাৰ হতাশাৰ প্ৰতিফলন এইয়া।

https://fb.watch/n3FRMS-qp2/

Comments (0)
Add Comment