৫৬ বছৰ বয়সতো চাকৰি লাভ কৰিছে জালুকবাৰী সমষ্টিৰ লোকে! স্বচ্চতাৰে নিযুক্তি হোৱা বুলি দাবী কৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ লুৰীণজ্যোতি গগৈৰ। কোনো প্ৰাৰ্থীয়ে অনিয়মেৰে চাকৰি পোৱাৰ প্ৰমাণ দিলেই CBIৰ তদন্ত দিম বুলি কোৱা মুখ্যমন্ত্ৰীক গণি গণি ৫টা প্ৰমাণ দাঙি ধৰিলে লুৰীণজ্যোতি গগৈয়ে