‘৩ লাখ ৩১ হাজাৰ গছপুলি ৰোপণ কৰা অভয়পুৰ অঞ্চলৰ ১৫০ বিঘাই চৰকাৰী মাটি । বাকী থকা প্ৰায় ৩০ বিঘা ম্যাদি পট্টাৰ মাটি, হাতীৰ উপদ্ৰৱত ধান খেতি কৰিব নোৱৰাত ৰাইজে নিজেই সেই ৩০ বিঘা মাটিত গছপুলি ৰোপণৰ অনুমতি দিছিল’ ।অমৃত বৃক্ষ ৰোপণৰ নামত খিলঞ্জীয়াৰ মাটি উচ্ছেদৰ অভিযোগ প্ৰসংগত বিধায়ক তৰংগ গগৈৰ মন্তব্য ।

https://fb.watch/n91PIRkSCh/

Comments (0)
Add Comment