বৃক্ষক অমৃত দিলে নে মৃত্যু?

📌বৃক্ষক অমৃত দিলে নে মৃত্যু?
📌অমৃত বৃক্ষ আন্দোলনৰ গছপুলি চাপ্লাইৰ আঁৰত চলিছে কি?
📌ক’ৰবাত হিচাপতকৈ কম, ক’ৰবাত মৃত পুলি যোগান।
📌গৌৰীপুৰত কাগজে-পত্ৰই বেলেগ হিচাপ,বাস্তৱত বেলেগ।
📌কোন কোন সংস্হাই লৈছিল দায়িত্ব?

Comments (0)
Add Comment