বিনা অনুমতিত ফোনকল ৰেকৰ্ডিং কৰিলে শাস্তি হ’ব পাৰে আপোনাৰ। স্বামীয়েই হওঁক বা পত্নীয়েও হওঁক, কোনো ব্যক্তিৰ অজ্ঞাতে কৰিব নোৱাৰিব ফোন ৰেকৰ্ডিং। উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

https://fb.watch/nHkxTbHGza/

Comments (0)
Add Comment