আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বিশ্বকাপ ক্রিকেটৰ ২৪ সংখ্যক খেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব নেডাৰলেণ্ড ।
এইবাৰৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নেডাৰলেণ্ডৰ আত্মবিশ্বাস তুংগত আছে ।
নেডাৰলেণ্ডে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চমৎকাৰ প্রদৰ্শন কৰিব নেকি ?
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও নেডাৰলেণ্ডে আজি বৃহৎ ব্যৱধখনত জিকিবলৈ চেষ্টা চলাব । ইফালে বৰ্তমানলৈকে অষ্ট্ৰেলিয়াই ৪ খন মেচ খেলি, ২খন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে । পইণ্টৰ তালিকাত অষ্ট্ৰেলিয়া চাৰি নম্বৰ স্থানত আছে।
অষ্ট্ৰেলিয়া বনাম নেডাৰলেণ্ড:
এদিনীয়া বিশ্বকাপ ক্রিকেটত অষ্ট্ৰলিয়া আৰু নেডাৰলেণ্ডৰ মাজত মুঠ ২ খন খেল অনুষ্ঠিত হৈছে । দুয়োখন খেলতে নেডাৰলেণ্ডক হৰুৱাই অষ্ট্ৰেলিয়া জিকিবলৈ সক্ষম হৈছে।
আজি খেলপথাৰত অষ্ট্ৰেলিয়া দলৰ সম্ভাৱ্য একাদশ
1.ডেভিদ ৱাৰ্ণাৰ
Left-Handed Batsman
2.মিচেল মাৰ্শ্ব
Right Handed Batsman.Right-arm Medium Bowler
3.ষ্টিভ স্মিথ
Right Handed Batsman
- মাৰ্নাছ লাবুচাগনে
Right-Handed Batsman
/ট্ৰেভিছ হেড
Left.Handed Batsman - গ্লেন মেক্সৱেল
Right-Handed Batsman.Right-Arm off Spin Bowler - জছ এংলিছ (WK)
Right-Handed Batsman - মাৰ্কাছ ষ্টইনিছ
Right Handed Batsman. Right-Arm Medium Bowler - পেট কামিন্স (C)
Right-Arm Fast Bowler - মিচেল ষ্টাৰ্ক
Left -Arm Fast Bowler
10.আডাম জাম্পা
Right-Arm Leg Spin Bowler - জছ হেজল উড
Right -Arm Fast Medium Bowler
নেডাৰলেণ্ডৰ সম্ভাব্য একাদশ :
- বিক্ৰমজিৎ সিং ( Left Handed Batsman . Right-Arm Fast Medium Bowler
2.মেক্স অ’ডড ( Right Handed Batsman) - কলিন একাৰমেন(Right Handed Batsman.Right-Arm Off Spin Bowler)
- বাছ ডি লাইড(Right Handed Batsman. Right-Arm medium Bowler)
5.তেজা নিদামানুৰু (Right-Handed Batsman)
6.স্কট এডৱাৰ্ডছ (C/WK )( Right handed Batsman) - চাইব্ৰেণ্ড এংগেলব্ৰেচ্ট ( Right Handed Batsman . Right-Arm off spoin bowler)
8.লোগান ভান বীক(Right-Arm Fast Medium Bowler)
9.ৰোলফ ভান ডাৰ মাৰ্ৱে(Right Handed Batsman.Left-Arm off Spin Bowler)
10.আৰ্যন দত ( Right -Arm off spin Bowler) - পল ভান মিক্ৰেন ( Right- Arm Fast Medium Bowler)
অৰুণ জেটলী ষ্টেডিয়ামৰ পিটছ এইবাৰ বেটছমেনৰ সহায়ক হৈ উঠিছে । যথেষ্ট ৰাণ সংগ্ৰহ হৈছে অৰুণ জেটলী ষ্টেডিয়ামত । শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত খেলখনত ৭৫০ তকৈও অধিক ৰাণ হৈছিল । সেয়েহে ক্রিকেট বিশেষজ্ঞ সকলে আশা কৰিছে বেটছমেনসকল আজিও সফলতা লাভ কৰিব অৰুণ জেটলী ষ্টেডিয়ামত ।