নৱবৰ্ষৰ পূৰ্বে সাধৰণ জনতালৈ মোদী চৰকাৰৰ উপহাৰ৷ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম৷ আজিৰে পৰা ৩৯.৫০ টকাকৈ কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ১,৭৫৭ টকা, আনহাতে কলকাতাত ১,৮৬৮ টকা৷ নৱেম্বৰত ৫৭ টকাকৈ হ্ৰাস হৈছিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। অৱশ্যে ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দাম একেই আছে।