নগেন দাসক লাগে সহায়ৰ হাত… ishan news

দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা।

পশ্চিম নলবাৰীৰ বৰ কৈহাটীৰ নগেন দাস এক অচিন ৰোগত আক্ৰান্ত। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নগেন দাস। ই-ৰিক্সা চলাই পৰিয়ালটো পোহ পাল দি আছিল নগেন দাসে। কিন্তু আজি দুমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ বিছনাতে দিন কটাব লগা হৈছে নগেন দাসে। নগেন দাসৰ আছে এটি কন্যা সন্তান, এটি ৪ বছৰীয়া পুত্ৰ, পত্নী আৰু মাতৃ। আৰ্থিক অভাৱৰ বাবে কৰিব পৰা নাই চিকিৎসা, সেয়েহে চৰকাৰ তথা অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰিছে পৰিয়ালৰ লোকে । হাতযোৰ কৰি পত্নীয়ে কান্দি কান্দি বিচাৰিছে সহায়। আপুনিও কৰিব পাৰিব সহায়ঃ-

A/C No – 11867809480
IFSC No – SBIN0009577
Name- Manika Das অথবা আপুনি
Gpay- 7896922886 কৰিব পাৰিব।

Comments (0)
Add Comment