সুৰাপান কৰি বাহন চলোৱাসকল সাৱধান হওঁক। ধৰা পৰিলেই নাম লাইচেন্স বাতিল কৰি ৰাজহুৱা কৰা হ’ব আপোনাৰ নাম। বাতৰি কাকতত পৰিবহণ বিভাগে প্ৰকাশ কৰিলে ২৮ জন সুৰাপায়ীৰ নাম, লগতে প্ৰকাশ কৰিলে পিতৃৰ নামো।

https://fb.watch/poB3KLelLG/

Comments (0)
Add Comment