দ্বিতীয় বিবাহ কৰা মুছলমান মহিলাক ভাট্টা দিব লাগিব প্ৰথম স্বামীয়ে। আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। তালাক দিয়া মহিলাগৰাকীয়ে পুনৰ বিবাহত আৱদ্ধ হ’লেও প্ৰথমগৰাকী স্বামীয়ে ভাট্টা দিবই লাগিব।

https://fb.watch/pq88v51mUa/

Comments (0)
Add Comment