সুদখোৰৰ হাৰাশাস্তিত কিডনী বিক্ৰী কৰিবলৈ বাধ্য হ’ল খলিল শ্বেখ। সুদখোৰ ওৱাছিৰ আহমেদৰ পৰা ই-ৰিক্সা চালক খলিল শ্বেখে লৈছিল ৫০ হাজাৰ টকা। ৫০ হাজাৰ লৈ ৫ লাখ টকা সুদ দিবলৈ কিডনী বিক্ৰী কৰিলে খলিল শ্বেখে ।

https://fb.watch/qtffxIPK3I/

Comments (0)
Add Comment