‘লাজ পাব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মণিপুৰৰ ঘটনাৰ বাবে সম্পূৰ্ণ জগৰীয়া প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰ। ‘মোদীক প্ৰধানমন্ত্ৰী পতাটোৱেই এই দেশৰ দুৰ্ভাগ্য।’ Read more
‘মোক বচাবলৈ গৈ মোৰ মায়ে বুকুত গুলী পাতি ল’লে।’ বুঢ়াচাপৰি অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত হোৱা ৰহিমা খাতুনৰ জীয়ৰীৰ এই ভাষ্য। Read more
‘ভুক্তভোগীয়ে অভিযোগ দিয়াৰ পাছতো কিয় গ্ৰেপ্তাৰ নহ’ল অভিযুক্ত।’ মণিপুৰ আৰক্ষীৰ ওপৰত ক্ষুব্ধ ৰাজ্যপাল অনুসূয়া উইকে। Read more
আজি ‘ আন্ত:ৰাষ্ট্ৰীয় জোনবাই’ দিৱস । কি কাৰণে জোনবাই দিৱস পালন কৰা হয় আপুনি জানেনে ? ISHAN NEWS… Read more
ধন নাই হিমন্ত চৰকাৰৰ! বিত্তীয় সংকট মোকাবিলা কৰিবলৈ চৰকাৰে বৃদ্ধি কৰিলে পৰিবহণ কৰ। এতিয়াৰে পৰা নতুন বাহন ক্ৰয় কৰিলেই গ্ৰাহকে ভৰিব লাগিব অধিক ধন। Read more
ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা! তিনিদিনৰ বাবে ৰাজ্যবাসীলৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। Read more
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই চোচৰাই নি গ্ৰেপ্তাৰ কৰা বলেন বৈশ্যই পালে জামিন। জামিনৰ পৰা ওলাই আহিয়েই কলে অসমত আজি সুৰক্ষিত নহয় হিন্দু। Read more