ধন নাই হিমন্ত চৰকাৰৰ! বিত্তীয় সংকট মোকাবিলা কৰিবলৈ চৰকাৰে বৃদ্ধি কৰিলে পৰিবহণ কৰ। এতিয়াৰে পৰা নতুন বাহন ক্ৰয় কৰিলেই গ্ৰাহকে ভৰিব লাগিব অধিক ধন। Read more
ভূটানে এৰিলে পানী। নামনি অসমলৈ ভয়ংকৰ বিপদ! প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিপদ হ’লেই যোগাযোগ কৰক এইসমূহ নম্বৰত। Read more