সুদখোৰৰ হাৰাশাস্তিত কিডনী বিক্ৰী কৰিবলৈ বাধ্য হ’ল খলিল শ্বেখ। সুদখোৰ ওৱাছিৰ আহমেদৰ পৰা ই-ৰিক্সা চালক খলিল শ্বেখে লৈছিল ৫০ হাজাৰ টকা। ৫০ হাজাৰ লৈ ৫ লাখ টকা সুদ দিবলৈ কিডনী বিক্ৰী কৰিলে খলিল শ্বেখে । Read more
‘কেতিয়াও সন্দেহযুক্ত নাগৰিকক মাটি বিক্ৰী নকৰিব’ অসমৰ নাগৰিকলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Read more