ঋণ লৈ মৃত্যু হ’ব নোখোজা এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ কাহিনী। সুদীৰ্ঘ ৪০ বছৰ পিছত পৰিশোধ কৰিলে ৫০ টকাৰ ধাৰ। পিতৃ চাহেব আলীক ঋণমুক্ত কৰিলে মছজিদৰ ইমাম ছাইদুৰ ৰহমানে । Read more