ভাৰতৰ প্ৰতিশোধ ! কানাডাক উচিত শিক্ষা দিলে মোদী চৰকাৰে। ৫ দিনৰ ভিতৰত কানাডাৰ কূটনৈতিকক ভাৰত এৰাৰ নিৰ্দেশ। Read more
‘৩ লাখ ৩১ হাজাৰ গছপুলি ৰোপণ কৰা অভয়পুৰ অঞ্চলৰ ১৫০ বিঘাই চৰকাৰী মাটি । বাকী থকা প্ৰায় ৩০ বিঘা ম্যাদি পট্টাৰ মাটি, হাতীৰ উপদ্ৰৱত ধান খেতি কৰিব নোৱৰাত ৰাইজে নিজেই সেই ৩০ বিঘা মাটিত গছপুলি ৰোপণৰ অনুমতি দিছিল’ ।অমৃত বৃক্ষ ৰোপণৰ নামত খিলঞ্জীয়াৰ মাটি উচ্ছেদৰ অভিযোগ প্ৰসংগত বিধায়ক তৰংগ গগৈৰ মন্তব্য । Read more
AIUDFৰ সভাত উত্তপ্ত পৰিস্থিতি । কংগ্ৰেছ সমৰ্থকে সভাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ । Read more
মাদ্ৰাছাৰ বাবে কোটি টকীয়া ভূমি দান কৰিলে হিন্দু পৰিয়ালে। মুছলমান ৰাইজৰ বাবে নয়নৰ মণি হ’ল শশীন্দ ডেকা আৰু তেওঁৰ পত্নী । Read more