ৰাহুল গান্ধীয়ে পুনৰ আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা।মোদীৰ গুজৰাটৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ অসমলৈ পদযাত্ৰা কৰিব ৰাহুল গান্ধীয়ে। Read more
‘মণিপুৰৰ ঘটনা সন্দৰ্ভত সদনত কিয় মণিপুৰৰ দুই সাংসদক ক’ব নিদিয়ে। বিজেপিয়ে মণিপুৰৰ সাংসদৰ মুখ বন্ধ কৰি ৰাখিছে। ’মোদী চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল গৌৰৱ গগৈ। Read more
যুৱতী-মহিলা-শিশুক জোকোৱা বা নিৰ্যাতন কৰাসকলে নাপাব চৰকাৰী চাকৰি। যুৱতী-মহিলাক অশ্লীল ইংগিত দিয়াসকলক চাকৰি নিদিয়ে কংগ্ৰেছ চৰকাৰে। Read more
‘ভাৰত কেতিয়াও হিন্দু ৰাষ্ট্ৰ নাছিল আৰু কেতিয়াও নহয়’। হিন্দুৰাষ্ট্ৰ সন্দৰ্ভত AIMIMৰ মুৰব্বী আছাউদ্দিন ওৱেচিৰ বিস্ফোৰক টুইট। Read more
যদি আপুনি টি, ভি চেনেলটো চাবলৈ ভাল পোৱা নাই তেন্তে সেই চেনেলটো চাব নালাগে : উচ্চতম ন্যায়ালয় Read more
চৰকাৰীৰ ঘৰৰ লাভ কৰা হিতাধিকাৰীৰ তালিকাৰ পৰা ১২৮ গৰাকীৰ নাম কৰ্তন। খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে বঞ্চিত শ শ হিতাধিকাৰীৰ প্ৰতিবাদ। Read more
হাৰিয়ানাৰ ভয়ংকৰ সাম্প্ৰদায়িক হিংসাৰ পাছত এক্সন আৰম্ভ বিজেপিৰ। বজৰংগ দলৰ ৰেলীত আক্ৰমণ কৰা দুৰ্বৃত্তৰ বাসগৃহত চলিল বুলড’জাৰ।এফালৰ পৰা বাছি বাছি ২৫০ টা ঘৰত বুলডজাৰ চলালে চৰকাৰে। Read more