এন চি চি ৰ প্রশিক্ষণত কেডেটক তীব্ৰ প্রহাৰ জ্যেষ্ঠ ছাত্রৰ ।বোকাত ড্ৰীল কৰাৰ ভয়ংকৰ দৃশ্য ভাইৰেল। Read more
‘মুছলমান মহিলাৰ সৈতে এইবাৰ উদযাপন কৰক ৰাখীবন্ধন’ বিজেপি সাংসদসকললৈ এই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Read more
‘প্ৰধানমন্ত্ৰী মোদী এনে এজন বিপদজনক ব্যক্তি যি শাসনলৈ আহিবলৈ যিকোনো কামেই কৰিব পাৰে। বিজেপিৰ শীৰ্ষ নেতাকো হত্যা কৰিব পাৰে, ৰাম মন্দিৰতো বিস্ফোৰণ সংঘটিত কৰিব পাৰে প্ৰধানমন্ত্ৰীয়ে।’ জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বিস্ফোৰণ। Read more
‘আল্লা এনেকুৱা এখন ভাৰত দিয়া য’ত হিন্দু-মুছলমান একেলগে বহি এখন থালত খাদ্য গ্ৰহণ কৰে’। হিন্দু-মুছলমানৰ মিলাপ্ৰীতিৰ কথা কোৱা ইমামক নৃশংসভাৱে হত্যা । Read more
বজৰঙৰ অস্ত্ৰ প্ৰশিক্ষণক সমৰ্থন কৰা শিলাদিত্যক পহুখেদা । সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত বিজেপি নেতা শিলাদিত্য । Read more
জেহাদ যদি AK 47, গ্ৰেণেড, ৰকেট লাঞ্চাৰ লৈ কৰিব পাৰে, ব্যক্তিগত সুৰক্ষা, হিন্দু সমাজক সুৰক্ষা দি’বলৈ হ’লে এয়াৰ ৰাইফল শিকিবই লাগিব। ভগত সিঙৰ জন্ম হ’বলৈ হ’লে অস্ত্ৰৰ প্ৰশিক্ষণ ল’বই লাগিবঃ শিলাদিত্য দেব। (শিৰোনাম বাদ দি বাতৰিত প্ৰকাশিত মন্তব্য ব্যক্তিজনৰ সম্পূৰ্ণ নিজৰ। ‘ঈশান নিউজ’ এই মন্তব্যৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয়।) Read more