Browsing category

NEWS

‘২০২৪ত নৰেন্দ্ৰ মোদীক হৰুৱাই প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’লে প্ৰথমতেই ধ্বংস হ’ব হিমন্ত চৰকাৰ। বিজেপি নেতা কৰ্মীৰ ক্ষোভেই হ’ব হিমন্ত চৰকাৰ ধ্বংস হোৱাৰ মূল কাৰণ।’

Read more

মছজিদ মাদ্ৰাছাত অস্ত্ৰৰ প্ৰশিক্ষণ চলা বুলি প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি ক’ব? মছজিদ মাদ্ৰাছাত নহয় এইবাৰ বিদ্যালয়ত বন্দুকৰ প্ৰশিক্ষণ হিন্দুত্ববাদী সংগঠনৰ। গৰজি উঠিছে বিধায়ক অখিল গগৈ।

Read more