‘মাদ্ৰাছাত পঢ়া মুছলমান ল’ৰা-ছোৱালীও ডাক্তৰ, ইঞ্জিনিয়াৰ হয় । আমেৰিকা-লণ্ডনতো আছে অসমৰ মাদ্ৰাছাত পঢ়া ল’ৰা-ছোৱালী’ । মাদ্ৰাছা বন্ধ কৰিম, উচ্ছেদ চলাম বুলি মুছলমানক ভাবুকি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । Read more
কৰ’নাৰ ঔষধ সেৱন কৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু । ১৭ হাজাৰৰো অধিক লোকৰ মৃত্যু হ’ল কৰ’নাৰ ঔষধ সেৱন কৰি Read more
দ্বিতীয় বিবাহ কৰা মুছলমান মহিলাক ভাট্টা দিব লাগিব প্ৰথম স্বামীয়ে। আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। তালাক দিয়া মহিলাগৰাকীয়ে পুনৰ বিবাহত আৱদ্ধ হ’লেও প্ৰথমগৰাকী স্বামীয়ে ভাট্টা দিবই লাগিব। Read more
ডাম্পাৰ, ট্ৰেক্টৰ চলোৱাৰ ক্ষেত্ৰত পুনৰ নতুন নিৰ্দেশনা। নিৰ্দেশ অমান্য কৰিলেই ভৰিব লাগিব কঠোৰ শাস্তি। Read more
চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ বাবে অত্যন্ত জৰুৰী খবৰ। Employment Exchangeত পুনৰ পঞ্জীয়ন কৰিব লাগিব যুৱক-যুৱতীসকলে। কেনেকৈ কৰিব আৱেদন ? Read more
সুৰাপান কৰি বাহন চলোৱাসকল সাৱধান হওঁক। ধৰা পৰিলেই নাম লাইচেন্স বাতিল কৰি ৰাজহুৱা কৰা হ’ব আপোনাৰ নাম। বাতৰি কাকতত পৰিবহণ বিভাগে প্ৰকাশ কৰিলে ২৮ জন সুৰাপায়ীৰ নাম, লগতে প্ৰকাশ কৰিলে পিতৃৰ নামো। Read more
এফালে চালকৰ প্ৰতিবাদ, আনফালে এজন সাধাৰণ চালকৰ অসাধাৰণ কাহিনী। নেকিব আলী নামৰ চালকক আপুনিও জনাব চেল্যুট। Read more