গাজাৰ আটাইতকৈ পুৰণি মছজিদত ইজৰাইলৰ আক্ৰমণ। ইফালে, গাজাত যুদ্ধ বিৰতিৰ প্ৰস্তাৱ সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদত খাৰিজ । Read more
মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ । সংসদত ধনৰ বিনিময়ত প্রশ্ন সোধাৰ অভিযোগ আছিল সাংসদগৰাকীৰ বিৰুদ্ধে । Read more
এতিয়াৰে পৰা অনলাইনত ৫ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব আপুনি। গুগল পে, ফোন পেৰ গ্ৰাহকসকলক ভাল খবৰ দিলে RBI-এ। Read more
বিজেপিক ওফৰাবলৈ গৈ কি ভুল কৰিলে কংগ্ৰেছ মিত্ৰজোঁটে? ১৭ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক । Read more
মাটি হেৰুওৱা লোকসকলে ঘূৰাই পাব নিজৰ মাটি । দালালৰ পাকচক্ৰত পৰি মাটি হেৰুওৱাসকলক মাটি ওভতাই দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে Read more
‘হিমন্ত চৰকাৰৰ দিনত অসমত কমিছে অপৰাধ’ । ২০২২ চনত অসমত ৫০ শতাংশলৈ হ্ৰাস পালে অপৰাধৰ সংখ্যা । ২০২১ৰ তুলনাত ২০২২ত নাৰীৰ বিৰুদ্ধে অপৰাধ হ্ৰাস অসমত । Read more