পুনৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিব কৃষক। কাইলৈৰ পৰা পুনৰ কৃষকসকলে আৰম্ভ কৰিব দিল্লী চলো কাৰ্যসূচী। প্ৰাপ্য বিচাৰি দিল্লী কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ কৃষক । Read more
দেশৰ আটাইতকৈ পিছপৰা স্মাৰ্ট চিটীৰ তালিকাত গুৱাহাটী মহানগৰী । স্মাৰ্ট চিটীৰ বাবে প্ৰয়োজনীয় ৫০ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই গুৱাহাটীত । Read more
কটন কেণ্ডি খালে হ’ব পাৰে কেন্সাৰ! চৰকাৰে নিষিদ্ধ কৰিলে মিঠা মিঠা লগা এইবিধ সামগ্ৰী। আপোনাৰ শিশুক কটন কেণ্ডি দিয়াৰ পূৰ্বে ১০ বাৰ ভাবক। কৰ্কট ৰোগ হোৱাৰ দ্ৰব্য থাকে এই কটন কেণ্ডিত। Read more
ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হ’ল ছৌদি আৰৱ আৰু ইৰাণ! আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলক শেষ সকীয়নি। শীঘ্ৰেই ইজৰাইলৰ বিৰুদ্ধে বৈঠকত মিলিত হ’ব ৫৭ খন মুছলিম ৰাষ্ট্ৰ। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ লাখ লাখ ইজৰাইলী নাগৰিকৰ। Read more
৭ টকাকৈ জমা কৰি প্ৰতিমাহে ৫০০০ টকা লাভ কৰাৰ সুযোগ । আপোনাৰ ভৱিষ্যত সুৰক্ষা কৰিব পৰা এখন আচঁনি। প্ৰতিমাহে ২১০ টকা অৰ্থাৎ প্ৰতিদিনে ৭ টকাকৈ জমা কৰি কেনেকৈ লাভ কৰিব পেঞ্চন ? Read more
পকী বেৰিকেড, আৰক্ষীৰ বাধা নেওচি দিল্লীত প্ৰৱেশৰ চেষ্টা হাজাৰ হাজাৰ কৃষকৰ। আজি পুনৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে কৃষক সংগঠনৰ বৈঠক। বৈঠকত সমাধান নোলালে বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৰাৰ হুংকাৰ কৃষকসকলৰ Read more
মছজিদত উচ্চেদ চলাব বিচৰা কাৰ্যক লৈ সৰৱ উচ্চ ন্যায়ালয়। ‘কি কাৰণত ১০০ বছৰীয়া মছজিদ ভাঙিব বিচাৰিছে প্ৰশাসনে’। মছজিদ উচ্চেদক লৈ প্ৰশাসনক জবাবদিহি কৰিলে উচ্চ ন্যায়ালয়ে Read more
মোদী চৰকাৰৰ স্থিতিত মোক্ষম আঘাত। ইলেক্ট্ৰ’ৰেল বণ্ডক অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায় । Read more