বিজেপিলৈ কংগ্ৰেছৰ কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাস! মুখ্যমন্ত্ৰীক গামোছা পিন্ধাই ভৰি চুই ল’লে আশীৰ্বাদ। বিজেপি সমৰ্থনৰ কথা মুকলিকৈ ক’লে বিধায়কদ্বয়ে। Read more
মুছলিম দেশত আজি হিন্দু মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। শ্বেখ মহম্মদ বিন জায়দ আল নাহয়ানে দান দিয়া ভূমিত নিৰ্মাণ কৰা হৈছে প্ৰথমটো হিন্দু মন্দিৰ। Read more
‘কৃষকক বাধা দিবলৈ কাক সুধি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰিলে? সকলোৰে আন্দোলন কৰাৰ অধিকাৰ আছে, কৃষক আন্দোলন ৰুধিবলৈ ইমান কঠোৰ ব্যৱস্থা কিয়?’ চৰকাৰক ধমক উচ্চ ন্যায়ালয়ৰ । Read more
বন্ধন বেংকৰ নতুন বিত্তীয় ফলাফল ঘোষণা। বন্ধনৰ মুঠ ব্যৱসায় পৰিমাণ হ’লগৈ ২.৩৩ লাখ কোটি টকা । Read more
চৰৰ মুছলমানে নাপাব ভূমিপট্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ১৬ ফেব্ৰুৱাৰীৰ পৰা খিলঞ্জীয়া লোকক ভূমিপট্টা দিব হিমন্ত চৰকাৰে। Read more
‘বাবৰি মছজিদত ৰাম মন্দিৰ বনাবলৈ বিজেপিক সুযোগ দিছিল ৰাজীৱ গান্ধীয়ে’ । ৰাজীৱ গান্ধী, নৰসিংহ ৰাওক চেকেণ্ড বিজেপি আখ্যা আজমলৰ । ‘কংগ্ৰেছৰ বাবেই বিজেপিয়ে কাঢ়ি নিলে বাবৰি মছজিদ’ Read more
লাখ লাখ মোবাইল নম্বৰ, ছিম কাৰ্ড ব্লক কৰিলে চৰকাৰে । বল্ক লিষ্টত আছে নেকি আপোনাৰো নম্বৰ ? ছাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে চৰকাৰ ডাঙৰ পদক্ষেপ । Read more
‘প্ৰধানমন্ত্ৰী মোদীক কিয় ভূৱা OBC আখ্যা দিব ৰাহুল গান্ধীয়ে ?’ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যত বিজেপিৰ উত্তাল প্ৰতিবাদ । ‘প্ৰধানমন্ত্ৰী মোদীক ক্ষমা খোজক ৰাহুল গান্ধীয়ে’ Read more