বিহু পাতিবলৈও এতিয়াৰে পৰা কৰ দিব লাগিব আপুনি। কৰ নিদিয়াকৈ দৌৰিব নোৱাৰিব ৰাজপথত। ৰাস্তাত দৌৰিবলৈও আপুনি ২০০০ টকা পৰ্যন্ত কৰ দিব লাগিব চৰকাৰক। হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা চৰকাৰে জনতাৰ ওপৰত দিলে ভয়ংকৰ কৰৰ বোজা।

Read more