জেহাদ যদি AK 47, গ্ৰেণেড, ৰকেট লাঞ্চাৰ লৈ কৰিব পাৰে, ব্যক্তিগত সুৰক্ষা, হিন্দু সমাজক সুৰক্ষা দি’বলৈ হ’লে এয়াৰ ৰাইফল শিকিবই লাগিব। ভগত সিঙৰ জন্ম হ’বলৈ হ’লে অস্ত্ৰৰ প্ৰশিক্ষণ ল’বই লাগিবঃ শিলাদিত্য দেব। (শিৰোনাম বাদ দি বাতৰিত প্ৰকাশিত মন্তব্য ব্যক্তিজনৰ সম্পূৰ্ণ নিজৰ। ‘ঈশান নিউজ’ এই মন্তব্যৰ সৈতে কোনো প্ৰকাৰে জড়িত নহয়।)

Read more

‘২০২৪ত নৰেন্দ্ৰ মোদীক হৰুৱাই প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী। ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’লে প্ৰথমতেই ধ্বংস হ’ব হিমন্ত চৰকাৰ। বিজেপি নেতা কৰ্মীৰ ক্ষোভেই হ’ব হিমন্ত চৰকাৰ ধ্বংস হোৱাৰ মূল কাৰণ।’

Read more

মছজিদ মাদ্ৰাছাত অস্ত্ৰৰ প্ৰশিক্ষণ চলা বুলি প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি ক’ব? মছজিদ মাদ্ৰাছাত নহয় এইবাৰ বিদ্যালয়ত বন্দুকৰ প্ৰশিক্ষণ হিন্দুত্ববাদী সংগঠনৰ। গৰজি উঠিছে বিধায়ক অখিল গগৈ।

Read more