আকৌ এবাৰ ভাৰত জোড়ো যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে । ভাৰত জোড়ো যাত্ৰাৰ আন এক অধ্যায়ৰ পৰিকল্পনা সাজু কংগ্ৰেছ দলৰ । Read more
আৰক্ষীয়ে কি কি কৰিব, কি কি নকৰিব। আৰক্ষীলৈ ৪১ টা নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই কেইটা কাম কৰিলেই চাকৰি হেৰুৱাব পাৰে আৰক্ষীয়ে। Read more
‘গোসুৰক্ষাৰ নামত নামত মুছলমানৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰক’। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ। কেন্দ্ৰ আৰু ৬খন ৰাজ্যলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ জাননী। Read more
বিৰোধী দল মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে পুনৰ ভয়ংকৰ ঘটনা। দুজন সাধাৰণ নাগৰিক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। ৬টাকৈ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ। Read more
এইবাৰ মহিলাৰ লাভ জেহাদ! মুছলমান মহিলাই অপহৰণ কৰিলে হিন্দু যুৱকক! হিন্দু যুৱকৰ ধৰ্ম পৰিৱৰ্তনৰ চেষ্টা মহিলাগৰাকীৰ। যুৱকজনক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান মাতৃৰ। Read more
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে APCCৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল। আজি অসমৰ প্ৰতিখন থানাত ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ তৰিব বিজেপি যুৱ মৰ্চাই। Read more
কৃষ্ণ ৰুক্মিনী বিবাহক লৈ লাভ জেহাদ আখ্যা দিয়া ভূপেন বৰাৰ ক্ষমাপ্ৰাৰ্থনা। প্ৰাৰ্থনা গাই, নামঘৰত চাকি জ্বলাই ক্ষমা প্ৰাৰ্থনা বিচাৰিলে ভূপেন বৰাই। ‘ককাই মোৰ সপোনত আহি ক’লে দুটা শব্দ মই ভুলকৈ ক’লো।’ Read more
ইনষ্টাগ্ৰামত ৰীলছ বনোৱাৰ হেঁপাহ! iPhone ক্ৰয় কৰিবলৈ পিতৃ-মাতৃয়ে বিক্ৰী কৰি দিলে ৮ মহীয়া সন্তানক। Read more
গোচৰ দিবলৈ অহা লোকক বেয়া ব্যৱহাৰ নকৰিব। থানাত বহু বেয়া শব্দ ব্যৱহাৰ হয়। সময়মতে চাৰ্জশ্বীট নিদিলে ক্ষমাৰ যোগ্য বুলি বিবেচিত নহ’ব। আৰক্ষী সকলক সতৰ্ক হ’বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। Read more