১ কোটিতকৈ অধিক মহিলাক বছৰি ২৪ হাজাৰকৈ টকা দিব কংগ্ৰেছে। ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰিলে কংগ্ৰেছ চৰকাৰে। Read more
প্ৰধানমন্ত্ৰী মোদী নহয়, বিৰোধী দল যাব মণিপুৰলৈ। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰৈ মণিপুৰলৈ যাব বিৰোধী গোট I.N.D.IA। Read more
নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ’ম বুলি কোৱাৰ পিছতে গৰজি উঠিল ৰাহুল গান্ধী । ‘নৰেন্দ্ৰ মোদীয়ে কেৱল গাদী বিচাৰে । শাসনৰ বাবে তেওঁ সকলো ৰাজ্য জ্বলাই দিব পাৰে’ Read more
হিন্দুক অপমান কৰাৰ বাবে গ্ৰেপ্তাৰ হ’ব নেকি APCCৰ সভাপতি ভূপেন বৰা? ভূপেন বৰাক আওপকীয়াকৈ গ্ৰেপ্তাৰৰ ধমক মুখ্যমন্ত্ৰীৰ। ‘হিন্দুৱে এজাহাৰ দাখিল কৰিলে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ম।’ Read more
”য’তেই ঘৃণা বিয়পাব তাতেই আমি খুলিম প্ৰেমৰ দোকান ।” পুনৰ নৰেন্দ্ৰ মোডীক হুংকাৰ দিলে ৰাহুল গান্ধীয়ে । ‘মণিপুৰত ঘৃণাৰ দোকান খুলিছে বিজেপিয়ে ।’ Read more
পুনৰ গ্ৰেপ্তাৰ হ’ব হাজাৰ হাজাৰ অবৈধ স্বামী ! শীঘ্ৰেই অবৈধ স্বামী ধৰা অভিযান আৰম্ভ কৰিব আৰক্ষীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা । Read more
‘হিন্দু আৰু মুছলমানৰ মাজত সংস্কৃতিৰ বহু পাৰ্থক্য আছে, ‘এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক বিবাহ কৰোৱাৰ পূৰ্বে এশবাৰ চিন্তা কৰক’ । গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মন্তব্য । Read more
‘নাজিবুৰৰ ফাঁচিৰ বাবে আৱেদন কৰিম’। গোলাঘাটৰ ট্ৰিপ’ল মাৰ্ডাৰৰ ঘটনাক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। Read more