ISHAN NEWS – Always One Step Ahead of Time…

চিকিৎসা ক্ষেত্ৰলৈ আহিব বিপ্লৱ।

অসুখ হোৱাৰ আগতেই গম পাব ৰোগৰ সম্ভাৱনা থকা শৰীৰৰ অংগ সমূহৰ তথ্য । আপোনাৰ বয়স বঢ়াৰ লগে লগে আপোনাৰ শৰীৰৰ অংগ সমূহৰ বয়স কিমান হৈছে সেইটো আপুনি এতিয়াৰ পৰা সহজেই জানিব পাৰিব । এটেপাল ৰক্ত পৰীক্ষা কৰিলেই আপুনি গম পাব আপোনাৰ শৰীৰৰ কোনটো

মমবাতি প্ৰস্তুত কৰা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৬ জনৰ মৃত্যু, ১০ জন আহত

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পিম্পৰী চিঞ্চৱাড অঞ্চলত শুকুৰবাৰে মমবাতি প্ৰস্তুত কৰা এটা কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১০ জন লোক গুৰুতৰভাৱে আহত হয়। পিম্পৰী-চিঞ্চৱাড পৌৰ নিগমৰ আয়ুক্ত শেখৰ সিঙে জনোৱা মতে,

এনেবোৰ লক্ষণ দেখিলে সাৱধান হওঁক! NCRB-এ দিছে উদ্বেগজনক তথ্য

কৰণা মহামাৰীৰ পাছত  হঠাত্ বৃদ্ধি হৈছে আকস্মিক মৃত্যুৰ সংখ্যা।  গান গাই থকা , নাচি থকা, জিম কৰি থকা সময়তে বহুলোকে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা খবৰে দখল কৰি আহিছে সংবাদমাধ্যম। শেহতীয়াকৈ আকস্মিক মৃত্যু সন্দৰ্ভত National crime records

১৮ ফেব্ৰুৱাৰী,১৯৮৩ চনত নেলীত কি হৈছিল ? “নেলীৰ কথা” জানিবলৈ আহক ছবিগৃহলৈ

ন্যায়-অন্যায়ৰ দোমোজাত থকা অসমৰ ইতিহাসৰ কলা অধ্যায়ক সাঙুৰি নিৰ্মিত পৰিচালক পাৰ্থজিৎ বৰুৱাৰ "নেলীৰ কথা"ই মুক্তি লাভ কৰিলে ছবিগৃহত । ৮ ডিচেম্বৰত ৰাজ্যৰ ১৭ টাকৈ ছবিগৃহত মুক্তি লাভ কৰিলে ছবিখনে । ১৯৮৩ চনৰ সংবেদনশীল সময়ৰ জীৱন্ত কাহিনী

বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিব নেকি শুভমন গীলে ?

বিৰাট কোহলীৰ অভিলেখ ভংগ কৰাৰ সোণালী সুযোগ শুভমন গীলৰ হাতত। ২০২৩ বৰ্ষতে বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিব পাৰে শুভমন গীলে। কিন্তু কেনেকৈ ? বিশ্বকাপৰ পাছত বিদেশত প্ৰথমটো শৃংখলা দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব ভাৰতে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমে

‘অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল’ : কপিল ছিবালক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

উচ্চতম ন্যায়ালয়ত এক গোচৰৰ শুনানিৰ সময়ত অসমক ম্যানমাৰৰ অংশ বুলি অদ্ভুত মন্তব্য কৰা কপিল ছিবালক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিৰ সময়ত কপিল

মাটিৰ তলত ২.৫ কিঃমিঃ গভীৰতাৰ গৱেষণাগাৰ?  মাটিৰ তলত কি বিচাৰিছে চীনে?

মাটিৰ তলত পৃথিৱীৰ আটাইতকৈ গভীৰ পৰীক্ষাগাৰ নিৰ্মাণ কৰি এইবাৰ চমক দেখুৱাইছে চীনে। চীনৰ দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশত নিৰ্মাণ কৰা এই পৰীক্ষাগাৰটোৰ গভীৰতা ২৪০০ মিটাৰ। জিনপিং লেব নামেৰে নামকৰণ কৰা এই পৰীক্ষাগাৰত ইতিমধ্যে কাম কৰা আৰম্ভ কৰিছে

ISISৰ বিৰুদ্ধে NIAৰ ষ্ট্ৰাইক!

ISISৰ বিৰুদ্ধে NIAৰ ষ্ট্ৰাইক। দেশৰ বিভিন্ন প্ৰান্তত ISISৰ বিৰুদ্ধে NIA-ৰ অভিযান।মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ প্ৰায় ৪৪টা স্থানত NIA-এ অভিযান অব্যাহত ৰাখিছে। সন্ত্ৰাসবাদী গোট ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়া (আইএছআইএছ)ৰ জৰিয়তে দেশজুৰি