ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NORTH EAST

সীমা সমস্যা সমাধানৰ বাবে সন্মতি অসম-মিজোৰামৰ

অসম আৰু মিজোৰামৰ মাজত চলি থকা দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে সন্মতি প্ৰকাশ কৰিছে দুয়োখন ৰাজ্যই। সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনাৰ বাবে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাত কৰে মিজোৰামৰ

গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰ মণিপুৰ; অস্ত্ৰধাৰীৰ আক্ৰমণত এজনৰ মৃত্যু, চাৰিজন আহত

মণিপুৰৰ কাংপোকপি জিলাত শনিবাৰে পুৱা দুটা সশস্ত্ৰ সংগঠনৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত এজন গাঁৱৰ স্বেচ্ছাসেৱক নিহত হোৱাৰ লগতে চাৰিজন লোক আহত হয়। এখন পাহাৰীয়া কুকি গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি বন্দুক আৰু বোমাৰে আক্ৰমণ চলোৱা বুলি

৬ গৰাকী সতীৰ্থৰ ওপৰত গুলীচালনা অসম ৰাইফলছৰ জোৱানৰ

হিংসাজৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। অসম ৰাইফলছৰ এজন জোৱানে নিজৰ সতীৰ্থৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰাৰ পিছত নিজেই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ খবৰ আহিছে। এই ঘটনাত ৬ গৰাকী জোৱান গুৰুতৰভাৱে আহত হয়। অৱশ্যে এই ঘটনাক

মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ ১৮৪ গৰাকী সেনাক নিজ দেশলৈ প্ৰেৰণ

ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সন্মিলিত জোঁট ব্ৰাডাৰহুড এলায়েন্সৰ সৈতে যুদ্ধত তিষ্ঠিব নোৱাৰি সীমান্ত পাৰ হৈ মিজোৰামলৈ পলাই অহা জুণ্টা চৰকাৰৰ ১৮৪ গৰাকী সৈন্যক পুনৰ নিজ দেশলৈ উভতাই পঠিওৱা হৈছে। মঙলবাৰে এজন অসম ৰাইফলছৰ বিষয়াই এই কথা জানিব দিয়ে।

অৰুণাচল ভয়ংকৰ পথ দুৰ্ঘটনা; মৃত্যু অসমৰ তিনিজন লোকৰ

অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত অসমৰ তিনিজন লোকৰ কৰুণ মৃত্যু হৈছে। যুৱক তিনিজনে শনিবাৰে AS23AD7360 নম্বৰৰ এখন ৱেগনাৰ বাহনেৰে অৰুণাচললৈ গৈ থকা অৱস্থাত আঞ্জাওৰ সমীপৰ হাৱাইত পথ দুৰ্ঘটনাত পতিত হয়।

মণিপুৰত বন্দুকধাৰীৰ আক্ৰমণত BSF-ৰ তিনিজন জোৱান আহত, সান্ধ্য আইন জাৰি

অশান্তজৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। থৌবাল জিলাত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত বি এছ এফৰ কমেও তিনিজন জোৱান আহত হয়। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দি কয় যে, বুধবাৰে নিশা একাংশ লোকে থৌবাল আৰক্ষীৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ড

পুনৰ অশান্ত মণিপুৰ! বিদ্ৰোহীৰ আক্ৰমণত IRB জোৱানৰ মৃ্ত্যু; সহায় বিচাৰি কেন্দ্ৰলৈ পত্ৰ

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। নিৰাপত্তাত নিয়োজিত এজন আই আৰ বি জোৱানক উগ্ৰপন্থীয়ে হত্যা কৰাক লৈ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ৰাজ্যখনত। জানিব পৰা মতে, টেংনৌপাল জিলাৰ ম’ৰে চহৰত নিৰাপত্তাত নিয়োজিত এটা দলৰ ওপৰত

আজি মণিপুৰৰ পৰা আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

আজি ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ ৰাজধানী ইম্ফলৰ সমীপৰ থোবালৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা মাৰ্চ মাহৰ তৃতীয় সপ্তাহত মুম্বাইত সমাপ্ত হ’ব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই

মণিপুৰত পুনৰ হিংসা; উগ্ৰপন্থীৰ গুলীচালনাৰ মাজতে চাৰিজন লোক নিৰুদ্দেশ 

৮ মাহ পূৰ্বে মণিপুৰত যি হিংসাৰ জুই জ্বলিছিল সেয়া এতিয়াও নিৰ্বাপন হোৱাৰ নাম লোৱা নাই। ৰাজ্যখনৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ পৰা আহিছে পুনৰ চাঞ্চল্যকৰ খবৰ। চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত খৰি বুটলিবলৈ যোৱা কুম্বী বিধানসভা

‘ভাৰত ন্যায় যাত্ৰা’ত অথন্তৰ! যাত্ৰাৰ অনুমতি দিয়া নাই মণিপুৰ চৰকাৰে

ভাৰত ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই লাগিল অথন্তৰ। মণিপুৰৰ যিখন খেলপথাৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল তাক অনুমতি প্ৰদান কৰা নাই মণিপুৰৰ ৰাজ্য চৰকাৰে। মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেশম মেঘচন্দ্ৰাই আজি