ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

এখন মেচৰ বাবে নিষেধাজ্ঞা ঋষভ পন্তক; দিল্লী কেপিটেলছৰ শিৱিৰত হাহাকাৰ!

অত্যন্ত গুৰুত্বপূৰ্ণ মেচৰ পূৰ্বে দিল্লী কেপিটেলছত মোক্ষম আঘাত। শ্ল’ অভাৰ ৰেট পেনাল্টিৰ বাবে এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লীৰ অধিনায়ক ঋষভ পন্তক। এই কঠোৰ পদক্ষেপৰ বাবে তেওঁ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব নোৱাৰিব।

অলিম্পিকৰ পূৰ্বে নীৰজে মাত্ৰ ২ ছেণ্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ পদক

৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম বা স্পৰ্শ কৰাত পুনৰবাৰ ব্যৰ্থ হ’ল অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰা। ৯০ মিটাৰৰ লক্ষ্য লৈ ট্ৰেকত নামিছিল যদিও ৮৮.৩৬ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি ডোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া

বিশ্বকাপৰ পূৰ্বে অৱসৰ ঘোষণা নিউজিলেণ্ডৰ এইগৰাকী বেটছমেনৰ

নিউজিলেণ্ডৰ বেটছমেন কলিন মুনৰোৱে ১২৩খন আন্তঃৰাষ্ট্ৰীয় মেচৰ কেৰিয়াৰক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছে। ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত স্থান লাভ নকৰাৰ পিছতে ৩৭ বছৰীয়া মুনৰোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা

মাত্ৰ ২০ বছৰ বয়সতেই মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে

মাত্ৰ ২০ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল’লে ইংলেণ্ডৰ ক্ৰিকেটাৰ জোছ বেকাৰে। বেকাৰে কাউন্টি ক্ৰিকেটত ৱৰ্চেষ্টাৰশ্বাৰৰ হৈ খেলিছিল। মৃত্যুৰ এদিন পূৰ্বে এখন মেচত তেওঁ দখল কৰিছিল ৩টা উইকেট। বেকাৰৰ দলটোৱে তেওঁৰ বলিং প্ৰদৰ্শনৰ এটা ভিডিঅ’ ছ’চিয়েল

IPL-ৰ আটাইকেইটা দলৰ বাবে বেয়া খবৰ; প্লে অফত দেখা নাপাব এইখন দেশৰ খেলুৱৈক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ আটাইকেইটা ফ্ৰেঞ্চাইজি অৰ্থাত ১০টা দলৰ বাবে আহিছে এক বেয়া খবৰ। লীগ মেচৰ সমাপ্তিৰ পিছতেই হ’বলগীয়া প্লে অফৰ মেচ সমূহত দেখা পোৱা নাযাব ইংলেণ্ডৰ কেইবাগৰাকীও তাৰকাক। প্লে অফৰ মেচসমূহত উপলব্ধ নাথাকিব

দিল্লী কেপিটেলছত মোক্ষম আঘাত; কলকাতাৰ বিৰুদ্ধে খেলিব নোৱাৰিব এই দুগৰাকী খেলুৱৈয়ে

দহখন মেচৰ ৫খন মেচত জয়লাভ কৰা দিল্লী কেপিটেলছৰ শিবিৰত মোক্ষম আঘাত। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰি প্লে অফলৈ যোগ্যতা অৰ্জনৰ আশা সজীৱ কৰি ৰখা দিল্লীৰ দুজনকৈ মুখ্য খেলুৱৈৰ আঘাতে চিন্তাত পেলাইছে দলটোক। দিল্লীয়ে পৰৱৰ্তী মেচখনত

বিস্ময়কৰ! ০ ৰানত ৭টা উইকেট দখল কৰি এইগৰাকী স্পিনাৰে টি-২০ ক্ৰিকেটত ৰচিলে ইতিহাস

অনিশ্চয়তাৰ খেল ক্ৰিকেট, য’ত এটা ভাল অভাৰে মেচৰ পৰিণাম আৰু বলাৰৰ ভাগ্য সলনি কৰি দিব পাৰে। এনে এক অভাৰে ভাগ্য সলনি কৰি দিলে ইণ্ডোনেছিয়াৰ এগৰাকী যুৱ প্ৰতিভাৱান বলাৰৰ। ইণ্ডোনেছিয়াৰ যুৱ অফ স্পিনাৰ ৰোহমালিয়াই মহিলা ক্ৰিকেটৰ

টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া সম্ভাব্য দল ঘোষণা ইৰফান পাঠানৰ

আই পি এলৰ পিছতে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত কোন কেইজন ভাৰতীয় ক্ৰিকেটাৰে স্থান লাভ কৰিব তাক লৈ চৰ্চা চলি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বলাৰ ইৰফান পাঠানে ঘোষণা কৰিছে নিজৰ সম্ভাব্য ১৫ জনীয়া খেলুৱৈৰ তালিকা।ষ্টাৰ স্পোৰ্টছৰ এক

টি-২০ ক্ৰিকেটত বিশেষ কৃতিত্ব মহম্মদ ৰিজৱানৰ; ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ

পাকিস্তান দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে। ৰিজৱানে আন্তঃৰাষ্ট্ৰীয় টি-২০ত বিৰাট কোহলীৰ নামত থকা এক অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০

ব্ৰক লেছনাৰ নে দ্য গ্ৰেট খালি? উপাৰ্জনৰ ক্ষেত্ৰত কোন শীৰ্ষত…..

ডব্লিউ ডব্লিউ ই (WWE)ৰ অন্যতম পৰিচিত নাম ব্ৰক লেছনাৰ আৰু দ্য গ্ৰেট খালি। ব্ৰক লেছনাৰ এতিয়াও সক্ৰিয় হৈ থকাৰ বিপৰীতে WWEৰ পৰা অৱসৰ গ্ৰহণ কৰিছে খালিয়ে। ব্ৰকে ৰিঙত আণ্ডাৰটেকাৰ, ট্ৰিপল এইচ আৰু জন চিনাৰ দৰে কিংবদন্তিক পৰাস্ত কৰাৰ বিপৰীতে