ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ENTERTAINMENT

বিগ বছ বিজয়ী মুনাৱৰ ফাৰুকীক আটক মুম্বাই আৰক্ষীৰ

জনপ্ৰিয় কমেডিয়ান তথা বিগ বছ আৰু লকআপৰ দৰে প্ৰখ্যাত ৰিয়েলিটি শ্ব’ৰ বিজয়ী মুনাৱৰ ফাৰুকীসহ কেইবাজনো লোকক মঙলবাৰে গভীৰ নিশা মুম্বাই আৰক্ষীয়ে আটক কৰে। মুম্বাই ফ’ৰ্ট এলেকাৰ এখন হুক্কা পাৰ্লাৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই লোক কেইজনক।

বলিউডী ডি জে ৰ তালত হেৰাইছে নেকি আমাৰ সংস্কৃতি…

চাৰিওফালে আৱিৰৰে ৰঙীণ হৈ পৰিছে আকাশ-বতাহ । এই ফাকুৱা বা হোলী উৎসৱে কেৱল ৰঙকেই প্ৰতিনিধিত্ব নকৰে সমান্তৰালভাৱে ধৰ্মীয় বিশ্বাস, সামাজিক কাৰক, পাৰিপাশ্বিক কাৰককো অন্তনিৰ্হিত কৰে । ফাকুৱাই দিয়ে মিলন আৰু ভাতৃত্ববোধৰ বাৰ্তা, কিন্তু একাংশই যেন

প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ৫৮ বছৰীয়া মাতৃয়ে জন্ম দিলে পুত্ৰ সন্তান

পঞ্জাৱী সংগীতজগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, নাম সিদ্ধ মুছেৱালা। ২০২২ চনৰ২৯ মে’ত মুছেৱালাক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। মুছেৱালাৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছিল পিতৃ-মাতৃ। তাৰ পাছতেই তেওঁলোকে ল’লে এটা ডাঙৰ সিদ্ধান্ত।

অসুস্থ মহানায়ক অমিতাভ বচ্চন; মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি

বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ এঞ্জিওপ্লাষ্টি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে পুৱা ৬ বজাত কান্ধৰ সমস্যাৰ বাবে মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় ৮১ বছৰীয়া অভিনেতাগৰাকীক। অৱশ্যে এই সন্দৰ্ভত অমিতাভ বচ্চন বা তেওঁৰ

এটা গীত গোৱাৰ অপৰাধত গ্ৰেমী বঁটা বিজয়ী গায়কক ৩ বছৰৰ কাৰাদণ্ড

এটা গীত গোৱাৰ অপৰাধত এজন গায়কক ৩ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে ইৰাণে। কঠোৰ শাস্তিৰ সন্মুখীন হোৱা এইগৰাকী গায়ক গ্ৰেমী বঁটা বিজয়ী। যোৱা বছৰ ইৰাণত হোৱা বোৰ্খা বিৰোধী আন্দোলনত অংশ লোৱা প্ৰতিবাদকাৰীৰ বাবে গীত গোৱাটোৱে আছিল

অনন্ত-ৰাধিকাৰ বিয়া; প্ৰাক বিবাহ অনুষ্ঠানত কোন কোন চেলিব্ৰিটীক দেখা গ’ল? ishan news

১৮ জুলাইত বিবাহ-পাশত আৱদ্ধ হব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেণ মাৰ্চেন্টৰ কন্যা ৰাধিকা মাৰ্চেন্ট। সেই উপলক্ষ্যে ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুজৰাটৰ জামনগৰত আয়োজন কৰা হৈছে প্ৰাক

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসম সন্তান, ‘DANCE DEEWANE’ চিজন ৪ত সুনীল বৰমাহেলা।

মনোৰঞ্জনধৰ্মী চেনেল COLORS ত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’ ‘DANCE DEEWANE’ চিজন ৪। বিভিন্ন সময়ত এই ৰিয়েলিটি শ্ব’ত অসমৰ পৰা বহু প্ৰতিভাৱান নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ।পুনৰ ‘DANCE DEEWANE’ চিজন ৪ত মৰিগাঁৱৰ সুনীল বৰমাহেলাই

পুত্ৰৰ পিতৃ-মাতৃ হ’ল বিৰাট-অনুষ্কা, হৃদয় ভৰি যোৱাকৈ কি ক’লে শচীন টেণ্ডুলকাৰে?

মংগলবাৰে পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ কথা ঘোষণা কৰে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই । ক্ৰীড়া আৰু মনোৰঞ্জন জগতৰ বহু তাৰকাই এই খবৰটোক অভিনন্দন জনায়। প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ শুভেচ্ছা বাৰ্তাই বহুতৰে চুইছে হৃদয়। মংগলবাৰে নিশা

হৃদৰোগত আক্ৰান্ত হৈ অভিনেতা ৰিতুৰাজ সিঙৰ মৃত্যু

টেলিভিশ্বন শ্ব’ৰ জনপ্ৰিয় অভিনেতা ৰিতুৰাজ সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ ৫৯ বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী। কালি বেছি দুৰ্বল হোৱাত ততাতৈয়াকৈ চিকিত্সালয়লৈ লৈ যোৱা হয় যদিও পেনক্ৰিয়াচৰ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে

মাত্ৰ ১৯ বছৰ বয়সতে মৃত্যু এইগৰাকী অভিনেত্ৰীৰ; আমিৰ খানৰ ছবিত কৰিছিল অভিনয় । ISHAN NEWS

‘দংগল গাৰ্ল’ৰূপে পৰিচিত সুহানী ভাটনগৰ আৰু নাই। ১৭ ফেব্ৰুৱাৰী অৰ্থাত আজি সুহানী ভাটনগৰে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯। ২০১৬ চনত মুক্তি লাভ কৰা আমিৰ খানৰ দংগল ছবিখনত মল্লযোদ্ধা ববিতা ফোগাটৰ শিশু কালৰ