ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদনত খলকনি ভাৰত-আমেৰিকাত! অযুক্তিকৰ, অপ্ৰমাণিত আখ্যা ভাৰতৰ

পুনৰ এবাৰ বাতৰিৰ শিৰোণামত শিখ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুন। এইগৰাকী খালিস্তানী উগ্ৰপন্থীক ভাৰতীয় চোৰাংচোৱা বিষয়াৰ তত্বাৱধানত হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰিছে আমেৰিকাৰ বাতৰি কাকত ৱাশ্বিংটন পোষ্টে। ৱাশ্বিংটন

ভয়ংকৰ পথ দুৰ্ঘটনা; পথৰ পৰা বাগৰিল যাত্ৰীবাহী বাহন, ৫ জনৰ মৃত্যু

আফগানিস্তানৰ কাবুল-জালালাবাদ ঘাইপথৰ চুৰুবি জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৫জন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। ছিনহুয়া নামৰ সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি বুধবাৰে নিশা সংঘটিত হৈছিল এই শিহৰণকাৰী

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কঁপি উঠিল মণিপুৰ; বোমাৰে উৰুৱাই দিলে গুৰুত্বপূৰ্ণ দলং

বিগত এটা বছৰ ধৰি হিংসাৰ জুইত জ্বলি থকা মণিপুৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা ৰাজ্যখনৰ কাংপকপি জিলাত কোনো দুৰ্বৃত্তই বোমাৰে উৰুৱাই দিলে এখন গুৰুত্বপূৰ্ণ দলং। নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে ইম্ফলক সংযোগ কৰা ২ নং ৰাষ্ট্ৰীয়

মাজ আকাশত দুই হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ; ১০ জন লোকৰ মৃত্যু

মালয়েছিয়াত নৌসেনা ঘাটিৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। অনুশীলনৰ সময়ত নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ১০ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ খবৰ লাভ কৰা গৈছে। নৌসেনা ঘাটিৰ ওচৰত দুখন হেলিকপ্টাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা

আমেৰিকাৰ সেনাৰ শিবিৰত ৫টাকৈ ৰকেটেৰে আক্ৰমণ…

বিশ্বৰ কেইবাখনো দেশৰ মাজত যুদ্ধসদৃশ পৰিৱেশ। মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা। ইয়াৰ মাজতে আমেৰিকাৰ সেনাৰ শিবিৰত ভয়ংকৰ আক্ৰমণ। ছিৰিয়াত থকা মাৰ্কিন সেনাৰ শিবিৰত ৫টাকৈ ৰকেটেৰে আক্ৰমণৰ খবৰে চৰ্চা লাভ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

ইৰাণ-ইজৰাইলৰ যুদ্ধ আৰম্ভ! কি প্ৰভাৱ পৰিব ভাৰতত

পুনৰ হ’ব নেকি বিশ্বযুদ্ধ। এতিয়া তৃতীয় বিশ্বযুদ্ধৰ আশংকা বিশ্ববাসীৰ। কিয়নো মধ্যপ্ৰাচ্যত পুনৰ বাজিছে যুদ্ধৰ দামামা। এইবাৰ ইজৰাইলৰ ওপৰত আক্ৰমণ চলালে ইৰাণে। বেলেষ্টিক মিছাইল আৰু ড্ৰোণৰে ইজৰাইলৰ ওপৰত ধাৰাসাৰ আক্ৰমণ কৰিছে ইৰানে। ৩০০

মলত ভয়ংকৰ ঘটনা; দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত ৫ জন লোকৰ মৃত্যু, কেইবাজনো আহত

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বহু লোকেৰে ভৰা এটা শ্বপিং চেণ্টাৰত এজন লোকে কেইবাজনো লোকক ছুৰীৰে আক্ৰমণ কৰাৰ খবৰ আহিছে। ছিডনীৰ ৱেষ্টফিল্ড বণ্ডি জংচনত সংঘটিত হোৱা এই আক্ৰমণত ৫ জন ভুক্তভোগীৰ মৃত্যু হয়। আক্ৰমণকাৰীয়ে

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত চৰম শাস্তি এগৰাকী ধনাঢ্য মহিলাক

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে ভিয়েটনামৰ এগৰাকী ধনাঢ্য মহিলাক। ২৭ বিলিয়ন ডলাৰৰ কেলেংকাৰী সন্দৰ্ভত যোৱা কেইবাদিনো ধৰি এই গোচৰৰ বিচাৰ চলি আছিল। গোচৰটোৰ তিনিজন নিৰ্বাচিত জুৰি আৰু দুজন ন্যায়াধীশৰ

কাইলৈ ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী! কি কৰিব, কি নকৰিব?

৫০ বছৰৰ পিছত এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৮ এপ্ৰিল অৰ্থাত্ কাইলৈ ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। কাইলৈ বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা ৯ বাজি ১২ মিনিটত সূৰ্যগ্ৰহণ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ ভয়াৱহ ড্ৰোন আক্ৰমণ; ৬ গৰাকী লোকৰ মৃত্যু

শাম কটাৰ নাম লোৱা নাই ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ। শেহতীয়াকৈ ইউক্ৰেইনৰ দ্বিতীয় বৃহত চহৰ খাৰকিভত ৰাছিয়াই চলোৱা ভয়ংকৰ আক্ৰমণত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০ গৰাকী লোক আহত হোৱাৰ খবৰ আহিছে। শনিবাৰে পুৱা ড্ৰোনৰ জৰিয়তে ৰাছিয়াই এই আক্ৰমণ