ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

CURRENT

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মুদ্ৰানীতি । ISHAN NEWS

ভাৰতীয় ৰিজাৰ্ভ বেংকে একেৰাহে ৫ম বাৰৰ বাবে সলনি কৰা নাই সুদৰ হাৰ । RBI অপৰিৱৰ্তিত ৰাখিছে সুদৰ হাৰ। অৰ্থাৎ গ্ৰাহকৰ বাবে ব্যয়বহুল নহ’ব ঋণ আৰু বৃদ্ধি নহয়  EMI । RBI শেষবাৰৰ বাবে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ০.২৫%ৰ পৰা ৬.৫%লৈ হাৰ বৃদ্ধি

সশস্ত্ৰ বিদ্ৰোহীৰ পৰা মন্ত্ৰী : অনুসূয়া সীতাক্কাৰ জীৱন কাহিনী

২০২২ চনৰ ১১ অক্টোবৰত লিখিছিল, ‘শৈশৱত মই কেতিয়াও ভবা নাছিলো যে মই নক্সালবাদী হম। মই যেতিয়া নক্সালবাদী আছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই অধিবক্তা হম। মই যেতিয়া অধিবক্তা হৈছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই বিধায়ক হম। মই

ইজৰাইল-হামাছৰ যুদ্ধত প্ৰাণ হেৰুৱালে মন্ত্ৰীৰ পুত্ৰই

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ পৰা আহিছে এক ডাঙৰ খবৰ। হামাছৰ আক্ৰমণত ইজৰাইলৰ এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ মৃত্যু ঘটিছে। মন্ত্ৰী গদী আইজনকোটৰ পুত্ৰ গল মীৰ আইজনকোটৰ লগতে আন এজন সৈনিকৰো মৃত্যু ঘটিছে বুলি ইজৰাইলী সেনাই প্ৰকাশ কৰিছে।

ফৰ্বছৰ ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত ৪ ভাৰতীয়

ফৰ্বছৰ আটাইতকৈ শক্তিশালী মহিলা তালিকাত পুনৰ এবাৰ স্থান লাভ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। তালিকাৰ ৩২ নম্বৰ স্থানত আছে সীতাৰমন। এই তালিকাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু গায়িকা টেইলৰ চুইফটো আছে। এই তালিকাত আন তিনিগৰাকী

গান্ধী জয়ন্তী উপলক্ষ্যে বিদ্যালয় সমূহৰ বাবে বিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ চৰকাৰী স্কুল সমূহৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ২ অক্টোবৰ অৰ্থাত গান্ধী জয়ন্তীৰ দিনটোত খোলা থাকিব ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিদ্যালয়। শনিবাৰে অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।গান্ধী জয়ন্তীক আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস

বনৰীয়া হাতী খেদিবলৈ গৈ মৃত্যু এজন বনকৰ্মীৰ; তিনিজন আহত

শুকুৰবাৰে পুৱতি নিশা তিতাবৰৰ বিজয় নগৰত বনৰীয়া হাতী খেদিবলৈ গৈ এগৰাকী বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়। তিতাবৰৰ বিজয় নগৰত সংঘটিত হোৱা এই ঘটনাত মৃত্যু হোৱা বনকৰ্মী জনক অতুল কলিতা(৫১)বুলি চিনাক্ত কৰা হৈছে।

২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ

২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২০২৪ বৰ্ষত যি সকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকলে অনলাইনৰ জৰিয়তে পূৰণ কৰিব লাগিব প্র-পত্র । ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত শিক্ষাৰ্থী সকলে অনলাইনত

অসমৰ যুৱক-যুৱতীলৈ অসম চৰকাৰৰ বিশেষ আঁচনি । এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ ল’ব পাৰিব ? ISHAN…

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ যুৱক যুৱতীৰ বাবে লৈ আহিছে ভাল খবৰ । ‘মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযান ২০২৩ ’ৰ অধীনত অসমৰ যুৱক - যুৱতীলৈ চৰকাৰে আগবঢ়াব ২ লাখৰ পৰা ৫ লাখকৈ টকা । অসমৰ উদ্যমী যুৱক-যুৱতীসকলক লৈ এই আঁচনিৰ জৰিয়তে

দুহাতৰ শক্তি আৰু দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল বঙাইগাওঁৰ যুৱক প্রণৱ।

মনোবল থাকিলে হাজাৰ বাধাকো নেওচি সফলতা লাভ কৰিব পাৰে সেই কথা পুনৰবাৰ প্রমাণ কৰিলে বঙাইগাওঁৰ সিদলসতী খোৰাপাৰা গাওঁৰ যুৱক প্রণৱজ্যোতি ৰয়ে। দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলোৱা প্রণৱে চিকিমত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত