ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

OPEN FORUM

জোনবাইত ৰাতিপুৱালে । প্রজ্ঞান আৰু বিক্রমক টোপনিৰ পৰা জগাবলৈ ব্যস্ত ‘ইছৰো’। পুণৰ সাৰ পাবনে প্রজ্ঞান…

পুনৰ ৰাতিপুৱালে জোনবাইত । পুৱাৰ পোহৰত জোনবাই জিলিকি উঠাৰ পাছতেই ব্যস্ত হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী সকল। টোপনিত থকা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক জগাবলৈ চেষ্টা কৰিছে ইছৰোৰ বিজ্ঞানী সকলে । জোনবাইৰ বুকুলৈ

জোনবাইত বিক্রম আৰু প্রজ্ঞানৰ আয়ুস কিমান দিনৰ ? এবাৰ মৃত্যু হোৱাৰ পাছত পুনৰ জীয়াই উঠিব নেকি প্রজ্ঞান…

চন্দ্ৰযান-৩ ৰ জোনবাইৰ বুকুত সফল অৱতৰণৰ পাছতেই সকলোৰে মাজত এতিয়া চিনাকি নাম হৈ পৰিছে বিক্রম আৰু প্রজ্ঞান । ভাৰতত মহাকাশ বিজ্ঞানৰ বাটকটীয়া মহান বিজ্ঞানী বিক্রম ছাৰাভাইৰ নামেৰে ৰখা হৈছিল চন্দ্ৰযান৩ ৰ লেণ্ডাৰৰ নাম আৰু সংস্কৃত ভাষাৰ শব্দ

দুৰৰ চান্দমামা হ’ব ‘ট্য়ুৰৰ’ চান্দমামা।

জোনবাইৰ বুকুত ভাৰতে চন্দ্ৰযান ৩ ৰ জৰিয়তে ইতিহাস সূচনা কৰাৰ বিশেষ ঐতিহাসিক ক্ষণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে নতুন অভিযানৰ কথা ঘোষণা কৰেবুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে লেণ্ডাৰ বিক্রম। প্ৰধানমন্ত্ৰী

চন্দ্ৰযান জোনবাই পাবলৈ কেইটামান মূহুৰ্ত বাকী। জোনবাইত কি কৰিব প্ৰজ্ঞানে?

চন্দ্ৰযান জোনবাই পাবলৈ কেইটামানঘণ্টামান বাকী। সকলো থিকেই থাকিলে আজি সন্ধিয়া ৬:০৪ বজাত লেণ্ডাৰ বিক্ৰম চন্দ্ৰত পাখিৰ দৰে অৱতৰণ কৰিব। ইতিহাসৰ সাক্ষী হ’বলৈ অপেক্ষা কৰিছে সমগ্ৰ দেশে । দেশবাসীৰ আশা পূৰ্বৰ চন্দ্ৰ অভিযানৰ বিফলতা এইবাৰ পুনৰাবৃত্তি