ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত! অৱসৰ ঘোষণা ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীৰ

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত পৰিল। আৱেগিকভৰা ভিডিঅ’ প’ষ্টৰ জৰিয়তে দুই দশকজোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ভাৰতীয় ফুটবলৰ কিম্বদন্তী ছুনীল ছেত্ৰীয়ে। অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে কলকাতাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ

চাহ-কফি শৰীৰৰ বাবে কিমান উপকাৰী? জানি লওক ICMRৰ শীৰ্ষ চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ

ভাৰতীয় সংস্কৃতিত গভীৰভাৱে প্ৰচলিত প্ৰিয় পানীয় চাহ আৰু কফি সেৱনৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে। শেহতীয়াকৈ চিকিৎসা সংস্থাটোৱে নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (এনআইএন)ৰ সৈতে

মণিকা বাত্ৰাই ৰচিলে ইতিহাস; টেবুল টেনিছত এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয় মহিলা

ভাৰতীয় টেবুল টেনিছৰ তাৰকা খেলুৱৈ মণিকা বাত্ৰাই ৰচিছে ইতিহাস। টেবুল টেনিছ ৰেংকিঙত শীৰ্ষ ২৫ স্থানত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে মণিকা। ১৫টা স্থান আগুৱাই মণিকাই শেহতীয়া ৰেংকিঙত ২৪ নম্বৰ স্থান দখল কৰিছে।

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; শীৰ্ষ নেতাসহ ৬ জন মাওবাদীৰ মৃত্যুৰ খবৰ

শুকুৰবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰৰ পীড়িয়া বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত ৬ জন মাওবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে। বনাঞ্চলত আত্মগোপন কৰি থকা মাওবাদীৰ কেইবাগৰাকীও শীৰ্ষ নেতাক ঘেৰাও কৰি ৰাখিছে

‘পূব ভাৰতৰ লোকসকল দেখাত চাইনীজ……..’, বিতৰ্কৰ পিছতেই পদত্যাগ ছেম পিট্ৰ’ডাৰ

বৰ্ণবৈষম্যমূলক মন্তব্যক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে ভাৰতীয় অভাৰচীজ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে ছেম পিট্ৰ’ডাই। এই তথ্য ৰাজহুৱা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। তেওঁ এক্সত লিখিছে-

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যু

মঙলবাৰে জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। দুয়ো পক্ষৰ মাজত এতিয়াও এনকাউণ্টাৰ চলি আছে। সন্ত্ৰাসবিৰোধী অভিযান সমাপ্ত হোৱাৰ পাছতহে নিহত সন্ত্ৰাসবাদী দুজনক চিনাক্ত কৰা হ’ব

কন্যাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা লোকক শাস্তি বিহিলে মাতৃয়ে

কন্যাৰ সন্মান ৰক্ষা কৰিবলৈ ভয়ংকৰ কাণ্ড কৰিলে এগৰাকী মাতৃয়ে। নিজৰ ভাতৃ আৰু ২ নাবালিকা কন্যাৰ সৈতে মিলিত হৈ মাতৃগৰাকীয়ে প্ৰাণ ল'লে এজন ৩৫ বছৰীয় লোকৰ। ঘটনা সংঘটিত কৰাৰ পাছত আত্মহননৰ ৰূপ দিবলৈ লোকজনৰ মৃতদেহ ওলোমাই থ’লে মহিলাগৰাকীয়ে। এই

শিহৰণকাৰী পথ দুৰ্ঘটনা; একেটা পৰিয়ালৰে ৬ জন সদস্যই হেৰুৱালে প্ৰাণ

ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাউনলী থানাৰ অন্তৰ্গত এক্সপ্ৰেছৱে’ত সংঘটিত এই দুৰ্ঘটনাটোত এটা পৰিয়ালৰে ৬ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত হোৱা পৰিয়ালটোৱে ছিকাৰৰ পৰা ৰন্থামবোৰস্থিত ত্ৰিনেত্ৰ গণেশ

বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ; এজন জোৱানৰ মৃত্যু, ৪ জন আহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত এজন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন জোৱান গুৰুতৰভাৱে আহত হয়। শনিবাৰে বিয়লি প্ৰায় ৬.১৫ বজাত নিৰাপত্তাৰক্ষীৰ এটা দলে নিজৰ ঘাটিলৈ উভতি আহি থকা অৱস্থাত

ৰাম মন্দিৰ দৰ্শনলৈ যোৱা বাহন দুৰ্ঘটনাত পতিত; দুজন ভক্তৰ মৃত্যু, আহত ১০

অযোধ্যাস্থিত ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যোৱা এখন ভক্তৰে ভৰা বাহন দুৰ্ঘটনাত পতিত হৈ এগৰাকী মহিলাকে ধৰি মুঠ দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এখন তীব্ৰবেগী ট্ৰাকে খুন্দিওৱাৰ ফলত সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত আহত হয় আন ১০ জন লোক। মৃতদেহ দুটা