আপোনাৰ কণমানি সন্তানটিৰ ওপৰত শেনচকু অচিনাকিৰ । সাৱধান! অচিনাকি দুৰ্বৃত্তৰ টাৰ্গেট হ’ব পাৰে…
https://fb.watch/pilxvPPyD5/
জাপানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প । ছুনামীৰ সতৰ্কবাণী জাৰি।
বছৰৰ প্ৰথম দিনটোতে জাপানক জোকাৰি গ’ল প্ৰবল ভূমিকম্পই। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫। ভূমিকম্পৰ পাছতেই দেশখনত জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী।
চাৰিদিন পূৰ্বেও জাপানত অনুভুত হৈছিল আন এক ভূমিকম্প । দেশখনৰ পূব উপকূলৰ!-->!-->!-->…
নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা । নতুন বছৰত নতুন পদ্ধতিৰে লাভ কৰিব লাইচেঞ্চ ।
https://fb.watch/pieD0_kYbm/
ISROৰ নতুন অভিযান। XPoSat উপগ্ৰহৰ জৰিয়তে কৃষ্ণ গহ্বৰৰ বিষয়ে অধ্যয়ন ISHAN NEWS…
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) য়ে নৱ বৰ্ষক আদৰণি জনাইছে এক্স-ৰে পোলাৰিমিটাৰ উপগ্ৰহ (XPoSAT) উৎক্ষেপণেৰে। পুৱা ৯ বাজি ১০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হয় XPoSat উপগ্ৰহটো। XpoSatৰ লগতে অন্য ১০টা!-->…
ৰাজ্যত পুনৰ জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড । কাৰ্টনৰ ভিতৰত উদ্ধাৰ মৃত নৱজাতক ।
https://fb.watch/piaSqAfL8Y/
ইতিহাস হ’ল ASTCৰ ৰঙা বাছ । আজিৰে পৰা গুৱাহাটীত চলিব ‘সেউজীয়া বাছ’। ২০০খন সেউজীয়া বাছ মুকলি কৰিলে…
https://fb.watch/pia3ssMmhh/
নৱবৰ্ষৰ বিয়লি দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ আধাৰশিলা… ishan news
২০২৪ বৰ্ষৰ পহিলা দিনটোৰ বিয়লি ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিব গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ । মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটি এফচিআইলৈ নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুখনৰ দৈৰ্ঘ্য হ’ব ৫ কিলোমিটাৰৰো!-->!-->!-->…
বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰালৈ ২০২৩ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা ishan news…
বিশিষ্ট চিত্ৰশিল্পী চম্পক বৰবৰালৈ ২০২৩ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে ।এই কথা সদৰী কৰে প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিতিয়ে । প্ৰয়াত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধনাৰ স্বীকৃতি!-->!-->!-->…
গাখীৰ বিক্ৰী কৰি প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন দুই ভাতৃৰ।
দেৰগাঁৱৰ ঢেকীয়ালৰ দুই ভাতৃয়ে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন। দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী অৰ্পন আৰু অংকুৰ ।
https://fb.watch/pi7-6eu3fB/
দেৰগাঁৱৰ সমীপৱৰ্তী ঢেকীয়াল চেতিয়া গাঁৱৰ দুই শিক্ষিত ভাতৃ অৰ্পনজ্যোতি শৰ্মা আৰু!-->!-->!-->!-->!-->!-->!-->…
সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰ, নিষিদ্ধ তেহৰিক-ই-হুৰিয়াত । ISHAN NEWS…
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। ইউ এ পি এ আইনৰ অধীনত জম্মু-কাশ্মীৰ তেহৰিক-ই-হুৰিয়াটক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে।
গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই এই কথা ঘোষণা কৰিছে। জম্মু-কাশ্মীৰক!-->!-->!-->…