ISHAN NEWS – Always One Step Ahead of Time…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো বিদেশ ভ্ৰমণ

0 111

ৰাছিয়াৰ বাৰ্ষিক শিখৰ সন্মিলনীৰ শিখৰত অংশ লোৱাৰ উদ্দেশ্য ৰাছিয়াৰ দিশে ৰাওনা  দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ উৰা মাৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।

উল্লেখ্য যে ৮ আৰু ৯ জুলাইৰ ভ্ৰমণ কাৰ্যসূচীত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত হব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।ভাৰত প্ৰশান্ত মহাসাগৰীয় উন্নয়ন দিশ সমুহ হব বৈঠকৰ বিষয়বস্ত ।লগতে গোলকীয় বিষয়সমুহৰ ওপৰতো এক আলোচনাত মিলিত হব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু দেশৰ মূখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ সময়ত ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও আলোচনাত মিলিত হব।

অন্যহাতে ৰাছিয়াৰ ভ্ৰমণ সামৰি মঙলবাৰে অষ্ট্ৰিয়াত উপস্থিত হব মোডী । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক লৈ সৰ্বত্তে ব্যাপক পতিক্ৰিয়াৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

Leave A Reply

Your email address will not be published.