চৰ্দি আৰু কাহৰ সমস্যাত ভুগিছে নেকি আপুনি ? বুকুৰ কফ পৰিষ্কাৰ কৰাৰ বাবে কেইটামান ঘৰুৱা উপায়
শীতকাল অহাৰ লগে লগে মানুহৰ বিভিন্নধৰণৰ বেমাৰ-আজাৰ হ’বলৈ আৰম্ভ হয় । তাৰ ভিতৰত সাধাৰণ ৰোগটোৱেই হৈছে চৰ্দি আৰু কাহ । যিটো ৰোগ প্ৰায় সকলো লোকৰে হোৱা দেখা যায় । এইসমূহ ৰোগ হোৱাৰ লগেলগে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰযোজন । কিন্ত চিকিৎসক!-->!-->!-->…
কেনেকৈ সন্ধানহীন হৈছিল অভিনেতা সুনীল পাল ?
নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ বিগত কেইদিনমান ধৰি সন্ধানহীন হৈ আছিল বিশিষ্ট কৌতুক অভিনেতা সুনীল পাল । কোনোধৰণৰ যোগাগোগ কৰিব পৰা নাছিল সুনীলৰ পত্নী সৰিতাৰ লগতে আন কোনেও । সুনীলক বিচাৰি চিন্তিত হৈ পৰিছিল পত্নী । স্বামীক বিচাৰি নাপাই অৱশেষত!-->!-->!-->…
আপোনাৰো খাদ্য এলাৰ্জি হয় নেকি ? জানক এই এলাৰ্জিৰ কাৰণ
সাম্প্ৰতিক জীৱনত প্ৰায়সকল লোকৰ দেহত বিভিন্নধৰণৰ এলাৰ্জি হোৱা দেখিবলৈ পোৱা যায় । কেতিয়াবা ক্ৰীম সানিলে বিশেষকৈ এলাৰ্জি হোৱা দেখিবলৈ পোৱা যায় । তাৰ ভিতৰত এটা এলাৰ্জি হৈছে খাদ্যৰ এলাৰ্জি । যিটো এলাৰ্জি হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হয়!-->!-->!-->…
অনলাইনত ৰছী ক্ৰয় কৰি অসমীয়া যুৱতীৰ লগত কৰিলে এই কাণ্ড…
নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰঃ বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল এগৰাকী অসমীয়া যুৱতী । কৰ্ণাটকত হত্যা কৰা হল অসমীয়া যুৱতীগৰাকীক । বাংগালুৰুত প্ৰেমিকৰ পৰিকল্পিত হত্যাকাণ্ডই শেষ কৰিলে এগৰাকী সম্ভাৱনাময় যুৱতীৰ জীৱন ।
গুৱাহাটীৰ কৈলাশ নগৰৰ!-->!-->!-->!-->!-->…
কেন্সাৰৰ পৰা বাচি থাকিবলৈ নিয়মীয়াকৈ খাওক এইসমূহ…
সাম্প্ৰতিক জীৱনত কৰ্মৰ বাবে মানুহবোৰ ইমানেই ব্যস্ত হৈ পৰিছে যে খোৱাৰ কোনো সময়সীমা নোহোৱা হৈ গৈছে । যাৰ বাবে অতি কম সময়তে খাব পৰা বস্তৰ প্ৰতি আকৰ্ষিত হৈছে । বৰ্তমান সময়ত প্ৰায়সকল লোকেই অধিক তেল, মচলা থকা খাদ্যসমূহ খোৱা দেখা যায় ।!-->!-->!-->…
প্ৰথমবাৰৰ বাবে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা, চম্পাই ছোৰেনে ৰক্ষা কৰিব পাৰিবনে নিজৰ ভেটি ?
নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰঃ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে পুৱা ৮ বজাৰ পৰা । ‘কোলহান টাইগাৰ’ হিচাপে পৰিচিত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনীতিবিদ চম্পাই ছোৰেন(Champai Soren)ৰ ওপৰত নিবদ্ধ হৈছে দৃষ্টি । !-->!-->!-->…
সুস্থ শৰীৰৰ বাবে জগিং কৰা নে খোজকঢ়া বেছি উপকাৰী ?
সাম্প্ৰতিক সময়ত ব্যস্ত জীৱনটোৰ বাবে ব্যায়াম আৰু খোজ কঢ়াটো অতি প্ৰয়োজনীয় । এটা সুস্থ শৰীৰৰ বাবে আমি প্ৰতিদিনে পুৱা ব্যায়াম আৰু খোজ কাঢ়িব লাগে । কিন্তু ইয়াৰ ভিতৰত কোনটো বেছিকৈ উপকাৰী ? ১০ মিনিটৰ একে ঠাইত ৰৈ জগিং নে ৪৫ মিনিট সময়!-->!-->!-->…
বাঘে মানুহক নহয়, মানুহেহে কৰিলে বাঘক কৰিলে আক্ৰমণ
নিউজ ডেস্ক, ২১ নৱেম্বৰঃ এটা শিহৰণকাৰী ঘটনা । এইবাৰ বাঘৰ সলনি ওলাইছে মানুহৰুপী দানৱ । নিশংসভাৱে প্ৰহাৰ কৰা হ’ল এটা ঢেঁকীয়াপটীয়া বাঘক । এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ শিলাঘাটত । যিটো ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ।
উল্লেখ্য যে বিগত!-->!-->!-->!-->!-->…
দৈনিক ৪৯টাকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! দিল্লীৰ প্ৰদূষণ পাইছেগৈ এই পৰ্যায়
নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰঃ দৈনিক ৪৯খনকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! সৰ্বাধিক প্ৰদূষিত চহৰ ঢাকাতকৈ ৫গুনে অধিক বিষাক্ত হৈ পৰিছে দিল্লী। যাৰ ফলত গেছ চেম্বাৰলৈ পৰিণত হৈছে । কোৱা হৈছে যে এই পৰিৱেশ দিল্লীৰ প্ৰতিগৰাকী লোকে দৈনিক ৪৯ টা!-->!-->!-->…
বাঘে লগ এৰা নাই কলিয়াবৰক, বনৰজাৰ মুক্ত বিচৰণ হৈ পৰিছে সাধাৰণ ঘটনা !
কলিয়াবৰ, ১৯ নৱেম্বৰঃ কলিয়াবৰত এতিয়াও অন্ত পৰা নাই বাঘৰ ন্ত্ৰাস ৷ বনৰজাৰ মুক্ত বিচৰণ যেন এতিয়া কলিয়াবৰত সাধাৰণ ঘটনা হৈ পৰিছে । দীৰ্ঘদিনৰ পৰা নিয়মীয়াকৈ কলিয়াবৰত বিচৰণ কৰি ফুৰিছে কেবাটাও বাঘে ৷
সোমবাৰে কলিয়াবৰত পুনৰ বাঘে চলালে!-->!-->!-->!-->!-->…