ISHAN NEWS – Always One Step Ahead of Time…

আপুনি বাৰু দৈনিক কফি খায় নেকি ? এই সময়ত কফি খালেই বিপদ হ’ব আপোনাৰ !

কফি আমাৰ সকলোৰে প্ৰিয় নহয় জানো ? কেতিয়াবা টেনচন হ’লে বা মন বেয়া হৈ থাকিলে আমি কফি খোৱা আৰম্ভ কৰোঁ । সাম্প্ৰতিক জীৱনত প্ৰায়সংখ্যক লোকেই কফি খোৱা দেখা যায় । আজিকালি শিক্ষাৰ্থীসকলে নিশা পঢ়াৰ সময়ত কফি ব্যৱহাৰ কৰে । কিন্ত আপুনি

বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হ’ল গোকেশ ডোম্মাৰাজু

স্পৰ্টছ ডেস্ক, ১৩ ডিচেম্বৰঃ  ভাৰতবৰ্ষৰ বাবে এক সুখবৰ । স্নায়ুযুদ্ধত চীনৰ ডিং লেৰেনক পৰাস্ত কৰি বিশ্বৰ দবাত উজলিল ভাৰতৰ সন্তান তথা ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ গ্ৰেণ্ড মাষ্টাৰ গোকেশ ডোম্মাৰাজু । গুকেশে এক সাক্ষাৎকাৰত কৈছিল- “মই কমবয়সীয়া

মাটি-বাৰী, অৰুণোদয়, আধাৰ কাৰ্ডৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

গুৱাহাটী, ১২ ডিচেম্বৰঃ এতিয়াৰে পৰা আধাৰকাৰ্ডৰ ক্ষেত্ৰত অন্তৰ্ভূক্ত কৰা হ’ল কেতবোৰ নতুন নীতি-নিয়ম । এনআৰচিত নাম নাথাকিলে আধাৰ লাভ কৰিব নোৱাৰিব আপুনি । নাম অবিহনে প্ৰদান কৰা নহ’ব আধাৰকাৰ্ড । কেবিনেট বৈঠকত এই সিদ্ধান্ত লয়

কৃতি শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা-বাণীকান্ত কাকতি বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১১ ডিচেম্বৰঃ মেধাৱীসম্পন্ন শিক্ষাৰ্থীক কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বুধবাৰে সৰুসজাইত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত কৃতিত্ব অৰ্জন কৰা মেধাবী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰে

ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা কোন ?

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ  ৯ ডিচেম্বৰত কেবিনেটৰ নিয়োগ সমিতিয়ে ঘোষণা কৰিলে ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ নতুন গৱৰ্ণৰৰ নাম (New RBI governor)। ২০১৮ চনৰ ১২ ডিচেম্বৰত আৰ বি আইৰ ২৫ তম গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল শশীকান্ত দাসক ।

চৰ্দি আৰু কাহৰ সমস্যাত ভুগিছে নেকি আপুনি ? বুকুৰ কফ পৰিষ্কাৰ কৰাৰ বাবে কেইটামান ঘৰুৱা উপায়

শীতকাল অহাৰ লগে লগে মানুহৰ বিভিন্নধৰণৰ বেমাৰ-আজাৰ হ’বলৈ আৰম্ভ হয় । তাৰ ভিতৰত সাধাৰণ ৰোগটোৱেই হৈছে চৰ্দি আৰু কাহ । যিটো ৰোগ প্ৰায় সকলো লোকৰে হোৱা দেখা যায় । এইসমূহ ৰোগ হোৱাৰ লগেলগে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰযোজন । কিন্ত চিকিৎসক

কেনেকৈ সন্ধানহীন হৈছিল অভিনেতা সুনীল পাল ?

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ বিগত কেইদিনমান ধৰি সন্ধানহীন হৈ আছিল বিশিষ্ট কৌতুক অভিনেতা সুনীল পাল । কোনোধৰণৰ যোগাগোগ কৰিব পৰা নাছিল সুনীলৰ পত্নী সৰিতাৰ লগতে আন কোনেও । সুনীলক বিচাৰি চিন্তিত হৈ পৰিছিল পত্নী । স্বামীক বিচাৰি নাপাই অৱশেষত

আপোনাৰো খাদ্য এলাৰ্জি হয় নেকি ? জানক এই এলাৰ্জিৰ কাৰণ

সাম্প্ৰতিক জীৱনত প্ৰায়সকল লোকৰ দেহত বিভিন্নধৰণৰ এলাৰ্জি হোৱা দেখিবলৈ পোৱা যায় । কেতিয়াবা ক্ৰীম সানিলে বিশেষকৈ এলাৰ্জি হোৱা দেখিবলৈ পোৱা যায় । তাৰ ভিতৰত এটা এলাৰ্জি হৈছে খাদ্যৰ এলাৰ্জি । যিটো এলাৰ্জি হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হয়

অনলাইনত ৰছী ক্ৰয় কৰি অসমীয়া যুৱতীৰ লগত কৰিলে এই কাণ্ড…

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰঃ বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল এগৰাকী অসমীয়া যুৱতী । কৰ্ণাটকত হত্যা কৰা হল অসমীয়া যুৱতীগৰাকীক । বাংগালুৰুত প্ৰেমিকৰ পৰিকল্পিত হত্যাকাণ্ডই শেষ কৰিলে এগৰাকী সম্ভাৱনাময় যুৱতীৰ জীৱন । গুৱাহাটীৰ কৈলাশ নগৰৰ

কেন্সাৰৰ পৰা বাচি থাকিবলৈ নিয়মীয়াকৈ খাওক এইসমূহ…

সাম্প্ৰতিক জীৱনত কৰ্মৰ বাবে মানুহবোৰ ইমানেই ব্যস্ত হৈ পৰিছে যে খোৱাৰ কোনো সময়সীমা নোহোৱা হৈ গৈছে । যাৰ বাবে অতি কম সময়তে খাব পৰা বস্তৰ প্ৰতি আকৰ্ষিত হৈছে । বৰ্তমান সময়ত প্ৰায়সকল লোকেই অধিক তেল, মচলা থকা খাদ্যসমূহ খোৱা দেখা যায় ।