ISHAN NEWS – Always One Step Ahead of Time…

IPL ৰ বাবেই ভাগ্য সলনি হল নাগপুৰৰ ক্ৰিকেটাৰ শুভম ডুবেৰ

IPL ৰ বাবেই ভাগ্য সলনি হল নাগপুৰৰ ক্ৰিকেটাৰ শুভম ডুবেৰ । IPL ৰ নীলামত ৫ কোটি ৮০ লাখ টকাত বিক্ৰী হল শুভম ডুবে । আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অখ্যাত হলেও দেশীয় ক্ৰিকেটত সুখ্যাতি অৰ্জন কৰা এইগৰাকী যুৱ ক্ৰিকেটাৰৰ দাম এইবাৰ দাম

বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা মহম্মদ ছামীলৈ অৰ্জুন বঁটা

২০২৩ বৰ্ষত বলিঙেৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা প্ৰদান কৰা হৈছে। সদস্যসমাপ্ত বিশ্বকাপত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ছামীলৈ আগবঢ়োৱা হৈছে এই সন্মান। চলিত বছৰত অৰ্জুন বঁটা পোৱা ২৬ গৰাকী এথলীটৰ

চিমেণ্ট ভৰ্তি বাহনৰ সৈতে আন দুখন বাহনৰ ভয়ংকৰ সংঘৰ্ষ; ৪ জন লোকৰ মৃত্যু

ৰাজস্থানৰ আলৱাৰ জিলাত চিমেণ্ট ভৰ্তি ট্ৰলীৰ সৈতে এখন বলেৰ’ আৰু এখন বাইকৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাৰ পিছত তিনিওখন বাহন ৩০ ফুট দ খাৱৈত পৰাত ৪ জন লোকৰ মৃত্যু হয়। ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দুজন লোক চিকিৎসাধীন হৈ আছে।

ডোনাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য ঘোষণা

আমেৰিকাৰ ক’লৰাড’ৰ ৰাজ্যিক উচ্চতম ন্যায়ালয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য ঘোষণা কৰিছে । ক’লৰাড’ৰ ৰিপাব্লিকান দলৰ প্ৰাৰম্ভিক নিৰ্বাচনত অংশগ্ৰহণ কৰাতো ডোনাল্ড ট্ৰাম্পক

এৰেঞ্জ মেৰেজ প্ৰত্যাখ্যান কৰাৰ বাবে নিজ কন্যাক হত্যা, আজীৱন কাৰাদণ্ড পিতৃ-মাতৃক

সম্পৰ্কীয় ভাতৃৰ সৈতে বিবাহপাশত আৱদ্ধ নোহোৱাৰ বাবে নিজ কন্যাক হত্যা কৰাৰ অভিযোগত পাকিস্তানী দম্পতীক ইটালীৰ আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰে। ১৮ বছৰীয়া চামান আব্বাছ নামৰ যুৱতীগৰাকীয়ে বিয়াৰ বাবে পাকিস্তান যাবলৈ অস্বীকাৰ কৰাত

জন্মদিনৰ চাৰিদিন পূৰ্বে কোটিপতি হ’ল ঝাৰখণ্ডৰ এইগৰাকী বেগী বলাৰ। ISHAN NEWS…

আই পি এলৰ আগন্তুক ছিজনত দেখা পোৱা যাব ঝাৰখণ্ডৰ ৩ গৰাকী খেলুৱৈক। এই ৩ জন খেলুৱৈৰ ভিতৰত সৰ্বাধিক দৰত বিক্ৰী হৈছে কুমাৰ কুশাগ্ৰ। কুমাৰ কুশাগ্ৰক দিল্লী কেপিটেলছে ৭.২০ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে গুজৰাটে ৰবিন মিঞ্জৰ বাবে ৩.৬০ কোটি টকা ব্যয়

ভগৱান ৰামলৈ ৫ সহস্ৰাধিক হীৰাৰে বনোৱা নেকলেচ উপহাৰ! ISHAN NEWS

অহা ২২ জানুৱাৰী দিনটো দেশৰ বাবে হ'ব বিশেষ। দীৰ্ঘদিনীয়া যুঁজ আৰু অপেক্ষাৰ অন্তত সেইদিনা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৰাম মন্দিৰৰ। এই বিশেষ দিনটোত ৰামমন্দিৰত উচৰ্গা কৰিবলৈ ছুৰাটৰ এগৰাকী হীৰা ব্যৱসায়ীয়ে ৫ সহস্ৰাধিক হীৰাৰে প্ৰস্তুত কৰি উলিয়ালে এডাল

আকৌ আহিছে ক’ভিড! সাৱধান হওঁক! প্ৰতিখন ৰাষ্ট্ৰক সতৰ্ক হ’বলৈ আহ্বান WHOৰ। ISHAN NEWS…

পুনৰ এবাৰ মূৰ দাঙি উঠিছে ক’ৰণাই। ক’ভিডৰ JN.1  ভেৰিয়েণ্টৰ বৰ্ধিত সংক্ৰমণে চিন্তিত কৰি তুলিছে WHOক। এই ভেৰিয়েণ্টক লৈ বিশ্ববাসীক সজাগ হবলৈ সতৰ্ক কৰি দিছে WHO-এ। বিশ্ব স্বাস্থ্য সংস্থাই এই ভেৰিয়েণ্টক 'Variant of Interest' বুলি শ্ৰেণীবদ্ধ