ISHAN NEWS – Always One Step Ahead of Time…

‘অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল’ : কপিল ছিবালক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

উচ্চতম ন্যায়ালয়ত এক গোচৰৰ শুনানিৰ সময়ত অসমক ম্যানমাৰৰ অংশ বুলি অদ্ভুত মন্তব্য কৰা কপিল ছিবালক উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬এ ধাৰাৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিৰ সময়ত কপিল

মাটিৰ তলত ২.৫ কিঃমিঃ গভীৰতাৰ গৱেষণাগাৰ?  মাটিৰ তলত কি বিচাৰিছে চীনে?

মাটিৰ তলত পৃথিৱীৰ আটাইতকৈ গভীৰ পৰীক্ষাগাৰ নিৰ্মাণ কৰি এইবাৰ চমক দেখুৱাইছে চীনে। চীনৰ দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশত নিৰ্মাণ কৰা এই পৰীক্ষাগাৰটোৰ গভীৰতা ২৪০০ মিটাৰ। জিনপিং লেব নামেৰে নামকৰণ কৰা এই পৰীক্ষাগাৰত ইতিমধ্যে কাম কৰা আৰম্ভ কৰিছে

ISISৰ বিৰুদ্ধে NIAৰ ষ্ট্ৰাইক!

ISISৰ বিৰুদ্ধে NIAৰ ষ্ট্ৰাইক। দেশৰ বিভিন্ন প্ৰান্তত ISISৰ বিৰুদ্ধে NIA-ৰ অভিযান।মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ প্ৰায় ৪৪টা স্থানত NIA-এ অভিযান অব্যাহত ৰাখিছে। সন্ত্ৰাসবাদী গোট ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়া (আইএছআইএছ)ৰ জৰিয়তে দেশজুৰি

মংগল গ্ৰহত ৰভাৰ চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ কথাৰে । ishan news…

আমেৰিকাৰ মহাকাশ সংস্থা NASA ত কৰ্মৰত ড০ অক্ষতা কৃষ্ণমূৰ্তি মংগল গ্ৰহত ৰভাৰ চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে। নাছাৰ মংগল গ্ৰহ অভিযানৰ লগত জড়িত হৈ আছে ড০ অক্ষতা কৃষ্ণমূৰ্তি। নাছাৰ মংগল গ্ৰহ অভিযানৰ অধীনত নাছাৰ বিজ্ঞানীসকলৰ

ৰণবীৰ কাপুৰে ভংগ কৰিলে নিজৰেই অভিলেখ! সৰ্বাধিক উপাৰ্জন ‘এনিমেল’ৰ । ISHAN NEWS…

১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’। মুক্তিৰ পিছৰে পৰা ছবিখনে ইটোৰ পিছত সিটোকৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু উপাৰ্জনৰ ক্ষেত্ৰতো ইতিহাস ৰচিবলৈ সক্ষম হৈছে। ৮ দিন পূৰ্বে মুক্তি পোৱা ছবিখন ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ

প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা । ISHAN NEWS…

এই সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা । ওজৰ আপত্তি দাখিলৰ বাবে নিৰ্ধাৰণ কৰিছে দুটা দিন। ১৬ ডিচেম্বৰ আৰু ২২ জানুৱাৰীত দাখিল কৰিব পাৰিব ওজৰ আপত্তি । ৮ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা । এতিয়াই তালিকাত

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মুদ্ৰানীতি । ISHAN NEWS

ভাৰতীয় ৰিজাৰ্ভ বেংকে একেৰাহে ৫ম বাৰৰ বাবে সলনি কৰা নাই সুদৰ হাৰ । RBI অপৰিৱৰ্তিত ৰাখিছে সুদৰ হাৰ। অৰ্থাৎ গ্ৰাহকৰ বাবে ব্যয়বহুল নহ’ব ঋণ আৰু বৃদ্ধি নহয়  EMI । RBI শেষবাৰৰ বাবে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ০.২৫%ৰ পৰা ৬.৫%লৈ হাৰ বৃদ্ধি