ISHAN NEWS – Always One Step Ahead of Time…

ৰাস পালেহিয়েই, ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক প্ৰস্তুতি

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ শৰতৰ শেৱালি সন্ধ্যাৰ মাজতে আহিল ৰাস মহো९সৱ ৷ উজনি-নামনিৰ প্ৰতিখন ৰাস মহো९সৱত এতিয়া উখল-মাখল পৰিৱেশ ৷ শ্ৰীকৃষ্ণৰ লীলাত মুগ্ধ হ'বলৈ সাজু সমূহ ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন ৰাসস্থলীতে এতিয়া পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷

এ টি এমত সহায় কৰাৰ চলেৰে কি কৰে আমিৰুল-ইঞ্জামূমূলে ?

নিউজ ডেস্ক, ১১ নৱেম্বৰঃ ঠগ-প্ৰৱঞ্চকে পিতপিতাই ফুৰিছে আপোনাৰ চাৰিওফালে । প্ৰযুক্তি যিমানেই বৃদ্ধি পাইছে, সিমানেই কৌশল সলাইছে প্ৰৱঞ্চকে । সাৱধান নহ'লে যিকোনো মুহূৰ্তত পানীত পৰিব আপোনাৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন । গুৱাহাটী মহানগৰীৰ কথা

মহিলা নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য ! সাংসদৰ বিৰুদ্ধে এজাহাৰ

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ এক বিতৰ্কিত শব্দই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি । গোচৰ ৰুজু কৰা হৈছে শিৱসেনা(উদ্ধৱ থাকৰে)ৰ সাংসদৰ বিৰুদ্ধে । উল্লেখ্য যে শিৱসেনা পাৰ্টীয়ে শুকুৰবাৰে সাংসদ অৰবিন্দ সাৱন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ নাগাপাদা থানাত

অক্টোবৰ মাহত সংগ্ৰহ ১.৮৭ লাখ কোটি টকা জি এছ টি

নিউজ ডেস্ক, ১ নৱেম্বৰ : ৮.৯ শতাংশ বৃদ্ধি পাই অক্টোবৰ মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ (GST collections) কৰা হ'ল ১.৮৭ লাখ কোটি টকা । এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰণালয়ে (Finance ministry)। তথ্য অনুসৰি ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত মুঠ জি এছ টি

বাচি নাথাকিল কোঠাটোৰ এজনো, জীৱন্তে অগ্নিদগ্ধ চাৰিজন

নিউজ ডেস্ক, ২৬ অক্টোবৰঃ অগ্নিকাণ্ডত মৃত্যু হল একেটা ঘৰতে থকা চাৰিগৰাকী । হাৰিয়ানাৰ গুৰুগ্ৰামৰ সৰস্বতী এনক্লেভত সংঘটিত হৈছে এই ঘটনা । শনিবাৰে পুৱা প্ৰায় ১২:১৫ বজাত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ লগেলগে আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হয় ।

ফ্লপ হ’ব নেকি নেকি জয় হনুমেন ? পৰিচালকৰ অকপট স্বীকাৰোক্তি

নিউজ ডেস্ক, ২১ অক্টোবৰঃ ১৮ অক্টোবৰত মুক্তি লাভ কৰিছিল বহুচৰ্চিত অসমীয়া ছবি 'জয় হনুমেন'এ (Joi Honu Man)। ব্যতিক্ৰমী চিন্তাধাৰাৰে সৃষ্টিশীল কৰ্ম কৰি জনপ্ৰিয় হৈ পৰা হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছিল ছবিখন । অসমৰ ইমূৰৰ পৰা

নিউজ ডেস্ক, ২১ অক্টোবৰঃ সোমবাৰে বিজেপিয়ে ১০ কোটি সদস্যভৰ্তি সম্পূৰ্ণ কৰিলে । ইফালে দলটোৱে ১১ কোটি সদস্য অতিক্ৰম কৰাৰ লক্ষ্য বান্ধি লৈছে । ১১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই সদস্যভৰ্তি অভিযান অক্টোবৰৰ শেষলৈকে অব্যাহত থাকিব । তাৰ পিচত ১ নৱেম্বৰৰ

ম্যাদী মাটিত প্ৰশাসনৰ বোলড’জাৰ, বাধাৰ সন্মুখীন উচ্ছেদকাৰী

নিউজ ডেস্ক, ২১ অক্টোবৰঃ এইমছ(AIIM Guwahat)ৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ভূমিত উচ্ছেদ চলাবলৈ গৈ ভূমিৰ গৰাকীৰ বাধাৰ সন্মুখীন হৈছে প্ৰশাসন । চাংসাৰীবাসীয়ে ক্ষোভ উজাৰিছে উচ্ছেদকাৰী প্ৰশাসনৰ বিৰুদ্ধে । অভিযোগ অনুসৰি সঠিকভাৱে জাননী নিদিয়াকৈ প্ৰশাসনে

তীব্ৰগতিৰে আহি আছে ঘূৰ্ণীবতাহ ডানা

নিউজ ডেস্ক, ২০ অক্টোবৰঃ মধ্য আন্দামান সাগৰৰ ওপৰেৰে আহি আছে ঘূৰ্ণীবতাহ ডানা (Cyclone Dana)। ২৩ অক্টোবৰৰ ভিতৰত তীব্ৰতৰ হ'ব ডানাৰ গতিবেগ । ২৪ অক্টোবৰৰ পুৱা উত্তৰ-পশ্চিম উপসাগৰ, ওড়িশা আৰি পশ্চিম বংগৰ উপকূল অঞ্চলত ডানাই স্পৰ্শ কৰাৰ সম্ভাৱনা

আবু ছাইদলৈ মনত পৰেনে? আজি তেওঁৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে

নিউজ ডেস্ক, ২০ অক্টোবৰঃ বাংলাদেশৰ বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ প্ৰথম ছহিদ আছিল আবু ছাইদ । সেই আবু ছাইদ(Abu Sayed) স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে । বেগম ৰকেয়া বিশ্ববিদ্যালয়(Begum Rokeya University)ৰ ইংৰাজী বিভাগৰ