ISHAN NEWS – Always One Step Ahead of Time…

দুবছৰ পিচত জামিন লাভ আপ নেতা সত্যেন্দ্ৰ জৈনৰ

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দুবছৰৰ পিচত জামিন লাভ কৰিলে আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনে । ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক । তিহাৰ কাৰাগাৰত বন্দী হৈ থকা আপ নেতাগৰাকীৰ জামিন

ইউটিউব ভিডিঅ’ চায়েই ৱাই কেটেগৰীৰ নিৰাপত্তা ভেদি গুলীচালনা !

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ ইউটিউবত এতিয়া প্ৰায়বোৰেই উপলব্দ । উপলব্ধ গুলীচালনাৰ প্ৰশিক্ষণো । ইউটিউবৰ ভিডিঅ'ৰ পৰা প্ৰশিক্ষণ লৈয়েই হত্যা কৰা হ'ল ৱাই কেটেগৰীৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা এগৰাকী প্ৰভাৱশালী ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰীক ।

পাকিস্তানত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ সুদীৰ্ঘ ৯ বছৰৰ পিচত পাকিস্তানত উপস্থিত হল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী । ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে ইছলামবাদত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰ । শেষবাৰৰ বাবে

ড্ৰাগছ সৰবৰাহ কৰি নেপালত গ্ৰেপ্তাৰ দুই ভাৰতীয়

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ নেপাল আৰক্ষীৰ জালত পৰিছে দুগৰাকী ভাৰতীয় । ড্ৰাগছ সৰবৰাহৰ লগত জড়িতৰ অপৰাধত নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় দুগৰাকীক ।আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে নেপালৰ ঝাপা জিলাৰ ভদ্ৰপুৰৰ এখন হোটেলৰ পৰা ১৮ বছৰীয়া পুত্ৰৰ

ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰঃ প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ মঙলবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে ইণ্ডিয়া মোবাইল কংগ্ৰেছ-২০২৪ৰ অষ্টম সংস্কৰণ । অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰ হিচাপে আত্মপ্ৰকাশ

ব্যয় হ’ব ৩৪,৫০০ কোটি টকা, আমেৰিকাৰ সৈতে বিশেষ চুক্তি

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আমেৰিকাৰ কাষ চপা হৈছে । মঙলবাৰে স্বাক্ষৰিত এক চুক্তি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে ক্ৰয় কৰিব ৩১ খন প্ৰিডেটৰ ড্ৰোণ । ৩৪,৫০০ কোটি টকা ব্যয়েৰে এই

মিছাইল মেনক স্মৰণ, বিশ্ব ছাত্ৰ দিৱস পালন

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ মঙলবাৰে পালন কৰা হৈছে বিশ্ব ছাত্ৰ দিৱস । মিছাইল মেন ড এ পি জে আব্দুল কালামৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয় । ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰয়াত শিক্ষক, এৰ'স্পেচ বিজ্ঞানীগৰকাৰী জন্মদিনটো বিশ্ব

ইতিহাসৰ সৰ্ববৃহৎ ৰকেট উৎক্ষেপণ ইলন মাস্কৰ, সুকলমে ঘূৰিও আহিল পৃথিৱীলৈ

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ পুনৰ ইতিহাস ৰচনা কৰিলে স্পেছ এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে ।দেওবাৰে ইলন মাস্কৰ স্পেছ এক্সে সফলতাৰে উৎক্ষেপণ কৰিলে এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ তথা আটাইতকৈ শক্তিশালী ৰকেট । ইয়াৰ পিচত প্ৰথমবাৰৰ বাবে পৃথিৱীলৈ উভতাই

খাদ্যত বিষক্ৰিয়া হৈ গুজৰাটত অসুস্থ অসমৰ ৪৩ তীৰ্থযাত্ৰী, সুকলমে ঘূৰি আহিল স্ব-গৃহলৈ

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ গুজৰাটত অসুস্থ হৈ পৰিল অসমৰ পৰা যোৱা ৪৩ গৰাকী তীৰ্থযাত্ৰী । দ্বাৰকালৈ যোৱা তীৰ্যযাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চিকিসালয়ত । খাদ্য বিষক্ৰিয়াত তীৰ্যযাত্ৰীসকল অসুস্থ হোৱা বুলি জানিবপৰা গৈছে । বহিঃৰাজ্যত অসুস্থ হৈ পৰা

Durga Puja 2024: পূজা মণ্ডপত নিৰ্বিচাৰ গুলীচলনা, আহত চাৰিগৰাকী

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ দেওবাৰে পুৱাই দুৰ্গা পূজাৰ মণ্ডপত চলিল নিৰ্বিচাৰ গুলীচালনা । এই গুলীচালনাত আহত হয় চাৰিগৰাকী লোক ।গুলীচালনা ঘটনাত আহতকেইগৰাকী হ'ল- "সুনীল কুমাৰ যাদৱ (২৬), ৰোশন কুমাৰ (২৫) আৰু ছিপাহী কুমাৰ আৰু অৰমান আনছাৰী (১৯) ।