মদ খাবলৈ পইচা নিদিয়াৰ বাবেই মাতৃক গুলীয়ালে পাষাণ পুত্ৰই
মদ খোৱাৰ বাবে পইচা দিবলৈ অস্বীকাৰ কৰাৰ বাবে পুত্ৰই গুলীয়াই আঘাত কৰে ৪১ বছৰীয়া মাতৃক। শনিবাৰে সন্ধিয়া ওড়িশাৰ নয়াগড় জিলাৰ কলাসাখানা গাঁৱত সংঘটিত হয় এই ঘটনা।
প্ৰাপ্ত বাতৰি অনুসৰি,শনিবাৰে মদ্যপান কৰি ঘৰত প্ৰৱেশ কৰিছিল সুশান্ত নামৰ!-->!-->!-->…