ISHAN NEWS – Always One Step Ahead of Time…

মুম্বাইত বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল ৬ কোটি টকাৰ কোকেইন

মুম্বাইত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ৰ দলে গ্ৰেপ্তাৰ কৰা এজন বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল কোকেইনভৰ্তি ৫৭টা কেপচুল। চিকিৎসকৰ এটা দলে অস্ত্ৰোপচাৰ কৰি উলিওৱা এই বৃহৎ পৰিমানৰ কোকেইনখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত দুগৰাকী মহিলাসহ ৩ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড়ৰ মাও অধ্যুষিত বিজাপুৰ জিলাত নিৰাপত্তা বাহিনীৰ এক অভিযানত ২ গৰাকী মহিলাসহ ৩ জন মাওবাদী নিহত হয়। এই এনকাউণ্টাৰৰ পিছতে নিৰাপত্তা বাহিনীয়ে সেই স্থানত তালাচী চলোৱাত তাত দুগৰাকী মহিলা আৰু এজন পুৰুষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

কেন্দ্ৰৰ কঠোৰ সতৰ্কবাণী; ‘ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত জড়িত ভুল তথ্য প্ৰচাৰ নকৰিব’

দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা বিষেশ ক্ষণ তথা দিনটো সমাগত। অহা ২২ জানুৱাৰীত অযোধ্যাস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। ইয়াক লৈ অযোধ্যাত চলি আছে ব্যাপক প্ৰস্তুতি। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত যাতে নিৰাপত্তাত কোনো

নিজ দেশ এৰি মিজোৰামলৈ পলাই আহিল ৬০০ সৈনিক; চিন্তিত ৰাজ্য চৰকাৰ

ম্যানমাৰৰ সামৰিক জুণ্টা চৰকাৰ আৰু বিদ্ৰোহী গোটৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে ম্যানমাৰৰ শ-শ সেনাই নিজ দেশ ত্যাগ কৰি প্ৰৱেশ কৰিছে ভাৰতত।চুবুৰীয়া ৰাষ্ট্ৰখনত চলা অচলাৱস্থা আৰু বিদ্ৰোহী গোটৰ ইখনৰ পিছত সিখন চহৰ দখলত সন্ত্ৰষ্ট হৈ দেশখনৰ শ-শ

জ্বৰ হ’লে মুখত হোৱা ঘাঁৰ ফলত টেঙা, জ্বলা খোৱাত অসুবিধা হয় নেকি? ISHAN NEWS

শীতকালত জ্বৰ, চৰ্দি আদি বেছিকৈ হোৱা দেখা যায়। বহুতৰে জ্বৰ হ'লে ওঁঠৰ কোণত, মুখৰ ভিতৰত ঘাঁ হয়। কেতিয়াবা ফাটি গৈ টেঙা, জ্বলা খাব নোৱাৰা হয়। এই সময়ছোৱা বৰ অস্বস্তিকৰ আৰু কষ্টদায়ক হৈ পৰে। এই অসুবিধাৰ পৰা সোনকালে মুক্তি পাবলৈ কিছুমান

পুনৰ বিবাহত বহিল ছানিয়া মিৰ্জাৰ স্বামী শ্বোৱেব মালিক, চলিছিল বিবাহ বিচ্ছেদৰ উৰাবাতৰি । ISHAN…

১৩ বছৰৰ পূৰ্বে পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেব মালিকৰ সৈতে বিয়াত বহিছিল ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা। কিছুদিনৰ পৰা দুয়োৰে বিবাহ বিচ্ছেদৰ উৰাবাতৰি চলি থকাৰ সময়তে শ্বোৱেবে নিজে ঘোষণা কৰিলে বিয়াৰ কথা। পাকিস্তানী অভিনেত্ৰী ছানা