ISHAN NEWS – Always One Step Ahead of Time…

শিল্পী অৰুণ যোগীৰাজৰ ‘ৰামলালা’ৰ মূৰ্তি ৰাম মন্দিৰত প্ৰতিষ্ঠাৰ বাবে চূড়ান্ত

কৰ্ণাটকৰ প্ৰখ্যাত ৩৭ বছৰীয়া ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ৫১ ইঞ্চিৰ ‘ৰামলালা’ৰ মূৰ্তি অযোধ্যাত নিৰ্মান কৰা ৰাম মন্দিৰত প্ৰতিষ্ঠা কৰা হ’ব।অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ‘ৰামলালা’ৰ মূৰ্তিটো অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত প্ৰতিষ্ঠাৰ

অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ।

অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ। দক্ষিণ কোৰিয়াৰ বুচান চহৰত বিৰোধী নেতা লী জে-মিয়ুঙৰ ডিঙিত ছুৰিকাঘাত। ডেম'ক্ৰেটিক পাৰ্টিৰ মুৰব্বী লী জে-মিয়ুঙে বিমানবন্দৰৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদমেলৰ

১৮ ঘণ্টাত ১৫৫ টা ভূমিকম্প!  নিহত ১৩, অন্ধকাৰত ডুবিছে ৩৩ হাজাৰ পৰিয়াল

নৱবৰ্ষৰ আৰম্ভণিতে জাপানত হোৱা ভূমিকম্পত এতিয়ালৈ ১৩ জন লোকৰ মৃত্যু হৈছে। ১৮ ঘণ্টাত ১৫৫ টা আফটাৰশ্বক অনুভূত হয় দেশখনত। ইয়াৰ ভিতৰত কেইবাটাও ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৬ প্ৰাবল্য আৰু ৬ প্ৰাবল্যতকৈ অধিক। মাত্ৰ দুঘণ্টাৰ ভিতৰত ৪০ টাতকৈও

নৱবৰ্ষৰ প্ৰথম দিনটোতেই জ্বলিল মণিপুৰ!

নৱবৰ্ষৰ প্ৰথম দিনটোতেই পুনৰ উত্তপ্ত মণিপুৰ। ১ জানুৱাৰীৰ নিশা ৪ জন লোকক গুলীয়াই হত্যা। দুৰ্বৃত্তৰ গুলীত আহত অন্য ৫ জন লোক। থৌবাল জিলাত এই গুলীচালনাৰ ঘটনা। গুলীচালনাৰ পাছতেই উত্তেজিত লোকে জ্বলালে কেইবাখনো যান-বাহন।ইয়াৰ পাছতেই মণিপুৰৰ ৫ খন

নতুন বছৰত ইউপিআই পেমেণ্টলৈ পৰিৱৰ্তন ! আহিব ইউ পি আই এ টি এম । ISHAN NEWS

বৰ্তমান বিভিন্ন ডিজিটেল পেমেণ্ট পদ্ধতিৰ ভিতৰত ইউপিআই আটাইতকৈ জনপ্ৰিয়। ফোনৰ পৰা ইউ পি আই ক’ড স্কেন কৰি বিভিন্নজনলৈ টকা পঠিওৱা প্ৰক্ৰিয়াটো অতিকৈ সহজ। ইউপিআই পেমেণ্ট সহজ যদিও এই ক্ষেত্ৰত প্ৰৱঞ্চনাৰ সম্ভাৱনাও অধিক। ভাৰতীয়

জাপানত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প ।  ছুনামীৰ সতৰ্কবাণী জাৰি।

বছৰৰ প্ৰথম দিনটোতে জাপানক জোকাৰি গ’ল প্ৰবল ভূমিকম্পই। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫। ভূমিকম্পৰ পাছতেই দেশখনত জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী। চাৰিদিন পূৰ্বেও জাপানত অনুভুত হৈছিল আন এক ভূমিকম্প । দেশখনৰ পূব উপকূলৰ

ISROৰ নতুন অভিযান। XPoSat উপগ্ৰহৰ জৰিয়তে কৃষ্ণ গহ্বৰৰ বিষয়ে অধ্যয়ন ISHAN NEWS…

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) য়ে নৱ বৰ্ষক আদৰণি জনাইছে এক্স-ৰে পোলাৰিমিটাৰ উপগ্ৰহ (XPoSAT) উৎক্ষেপণেৰে। পুৱা ৯ বাজি ১০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হয় XPoSat উপগ্ৰহটো। XpoSatৰ লগতে অন্য ১০টা