ISHAN NEWS – Always One Step Ahead of Time…

বাছৰ সৈতে গাখীৰভৰ্তি টেংকাৰৰ খুন্দা। প্ৰাণ হেৰুৱালে ১৮ গৰাকী বাছযাত্ৰীয়ে

বাছৰ সৈতে গাখীৰভৰ্তি টেংকাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে ১৮ গৰাকী বাছযাত্ৰীয়ে। উত্তৰ প্ৰদেশৰ উন্নাৱৰ লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছ ৱে’ত ভয়ংকৰ দুৰ্ঘটনা। মৃতসকলৰ ভিতৰত ১৪ জন পুৰুষ, ৩ গৰাকী মহিলা আৰু এটি শিশু আছে। এই দুৰ্ঘটনাত ৩০ জনতকৈ অধিক লোক আহত

অসম আৰক্ষী, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ । ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ। নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তি পক্ৰিয়া । অৰ্থাত APSCৰ আৰ্হিৰে চাকৰিৰ প্ৰাৰ্থীয়ে দিব লাগিব

ৰাজ্যত আৰু ভয়াবহ হ’ব বান পৰিস্থিতি!

বৰ্তমানেও ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি।বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ।শিশু,বৃদ্ধ সহ প্ৰাণ গ’ল বহুজনৰ।পশুধন,শস্যৰো বিস্তৰ ক্ষতি সাধন।তাৰ মাজতে পুনৰ ৰাজ্যত বান পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ সম্ভাৱনা।আগন্তুক ২৪ ঘণ্টাত অসম তথা মেঘালয়ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো বিদেশ ভ্ৰমণ

ৰাছিয়াৰ বাৰ্ষিক শিখৰ সন্মিলনীৰ শিখৰত অংশ লোৱাৰ উদ্দেশ্য ৰাছিয়াৰ দিশে ৰাওনা  দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ উৰা মাৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখ্য যে ৮ আৰু ৯ জুলাইৰ ভ্ৰমণ কাৰ্যসূচীত ৰাষ্ট্ৰপতি

হিংসাজৰ্জৰ মণিপুৰলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

মণিপুৰত উপস্থিত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। মণিপুৰৰ সাম্প্ৰতিক পৰিৱেশৰ বুজ লোৱাৰ উপৰিও বান বিধ্বস্ত অ‌ঞ্চলসমুহৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰো খা-খবৰ ল’ব সাংসদ গৰাকীয়ে। সোমবাৰে পুৱাৰ ভাগতে দিল্লীৰ পৰা উৰা মাৰি শিলচৰ বিমান

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত ‘সম্পূৰ্ণতা অভিযান’

বাক্সা জিলা প্ৰশাসনে আজি জিলা সদৰ মুছলপুৰত 'সম্পূৰ্ণতা অভিযান'ৰ শুভাৰম্ভণি কৰে। দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত বাক্সা জিলাওঁ অন্যতম। সেয়েহে বাক্সাতো আৰম্ভ কৰা হৈছে এই অভিযান । অহা ৩০ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই সম্পূৰ্ণতা

এচামৰ পৰা ফুৰিবলৈ ও শান্তি নাই অসমৰ এগৰাকী বিধায়কৰ! ISHAN NEWS

https://fb.watch/t8PC_mpV8_ ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি। বিভিন্ন প্ৰান্তত সংঘটিত হৈছে বেদনাদায়ক ঘটনা। আনহাতে বানপানীৰ আওতা লৈ ৰাজনীতিৰ পথাৰতো শাসক, বিৰোধীৰ মাজত চলিছে সমালোচনাৰ ফেৰ। তাৰ মাজতে ছ'চিয়েল মিডিয়াত চৰ্চাত আহিল বিধায়ক

ৰাজ্যজুৰি এতিয়া বানৰ তাণ্ডৱ। বানত এতিয়াও ককবকাই আছে বহুতো অঞ্চল

ৰাজ্যত প্ৰচণ্ড বৰষুণ, প্লাবিত হৈ পৰিছে কেইবাখনো জিলা। এফালে ধাৰাসাৰ বৰষুণ আনফালে ব্রহ্মপুত্র আৰু ন-দিহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়াৰ সমস্যাই দেখা দিছে, ভাঙিছে এটাৰ পিছত আন এটা মথাউৰি । বিভিন্ন ঠাইত হোৱা খহনীয়াই ভাবুকিৰ সৃষ্টি

বিশ্বকাপ বিজয়ী দলে কিমান পৰিমাণৰ লাভ কৰিব ধন? জানক সবিশেষ

আজি অৰ্থাৎ ২৯ জুনত বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৪ৰ চূড়ান্ত খেলখন। ফাইনেল মেচখনৰ পূৰ্বে অনুৰাগীৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ ধন কিমান। বা চেম্পিয়ন বা ৰানাৰ্ছ আপ দলে

শ্বেফালী বাৰ্মাৰ বিশ্ব অভিলেখ; মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলা এদিনীয়া শৃংখলাত চমকপ্ৰদ প্ৰদৰ্শন কৰাৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজিৰ পৰা আৰম্ভ হোৱা একমাত্ৰ টেষ্ট মেচখনৰ প্ৰথম দিনটোতে কেইবাটাও ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাইত