ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ACCIDENT

ভোটগ্ৰহণৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনসহ ৬ জনৰ মৃত্যু

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ৰাজস্থানত আজি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শ্ৰীগংগানগৰ জিলাৰ গাতে লাগি থকা অনুপগড় জিলাৰ সমেজা কোঠী থানা এলেকাত সংঘটিত দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, কোনো

কাৰ ভুলত বঙাইগাঁৱৰ পথৰ পৰা বাগৰিল এখন নৈশ যাত্ৰীবাহী বাছ, যাৰ ফলত আহত ৩০জনৰো অধিক লোক।

নিশা বঙাইগাঁৱৰ ৰাখালডুবিত ভয়ংকৰ পথ দুৰ্ঘটনা। https://fb.watch/rGWSbxuGgV নিয়ন্ত্ৰণ হেৰুৱাই বঙাইগাঁৱৰ ৰাখালডুবিত পথৰ পৰা বাগৰিল এখন নৈশ যাত্ৰীবাহী বাছ ৷ আহত প্ৰায় ৩০ জন লোক ৷ শিলিগুৰিৰ পৰা গুৱাহাটী গৈ আছিল বাছখন । যাত্ৰীতকৈ

ভয়ংকৰ পথ দুৰ্ঘটনা; পথৰ পৰা বাগৰিল যাত্ৰীবাহী বাহন, ৫ জনৰ মৃত্যু

আফগানিস্তানৰ কাবুল-জালালাবাদ ঘাইপথৰ চুৰুবি জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৫জন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। ছিনহুয়া নামৰ সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি বুধবাৰে নিশা সংঘটিত হৈছিল এই শিহৰণকাৰী

পৰিত্যক্ত গাড়ীত খেলি থকা অৱস্থাতেই কৰুণ মৃত্যু দুই ভাই-ভনীৰ

মুম্বাইৰ এণ্টপ হিলৰ পৰা আহিছে এক হৃদয় বিদাৰক ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এখন পৰিত্যক্ত গাড়ীৰ পৰা উদ্ধাৰ হৈছে দুটা শিশুৰ মৃতদেহ। জানিব পৰা মতে, পৰিত্যক্ত বাহনখনৰ দুৱাৰ বন্ধ কৰি খেলি থকা অৱস্থাতে শ্বাহৰুদ্ধ হৈ

বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ; ৪ জনৰ মৃত্যু, বহু লোক আহত

উত্তৰ প্ৰদেশৰ কন্নাৌজত বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ৪ যাত্ৰীৰ মৃত্যু। জানিব পৰা অনুসৰি, দ্ৰুতবেগী এখন শ্লীপাৰ বাছে ডিভাইডাৰ ভাঙি সিফালৰ পৰা অহা এখন ট্ৰাকৰ লগত খুন্দা মাৰে। এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা ৩০ জনতকৈ অধিক যাত্ৰী আহত

মৰাণৰ ঝলমত শোকাৱহ পথ দুৰ্ঘটনা; প্ৰাণ গ’ল মাতৃ আৰু কন্যাৰ

মৃত্যু চাগে এনেকৈয়ে আহে। মৰাণৰ ঝলমত আজি পুৱা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত একেলগে মৃত্যুক সাৱটি ল’লে মাতৃ আৰু কন্যাই। ঝলমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। গুৱাহাটীৰ পৰা AS 01 QC 3813 নম্বৰৰ এখন ভাড়া কৰি

স্মশানৰ দেৱাল ভাঙি দুই কন্যা শিশুসহ ৫ জনৰ মৃত্যু, ঘটনাক লৈ তীব্ৰ উত্তেজনা

গুৰুগ্ৰামৰ মদনপুৰীস্থিত এখন শ্মশানৰ দেৱাল ভাঙি দুগৰাকী কন্যা শিশুৰ লগতে আন তিনিজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাৰ আঁৰত জৰিত থকা দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত মৃতকৰ আত্মীয়ই পাটৌদি চ’ক অৱৰোধ কৰি

শিহৰণকাৰী পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰলীৰ খুন্দাত মৃত্যু ৯ জন যুৱকৰ

ৰাজস্থানৰ ঝালাৱাৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগত অহা এখন ট্ৰলীয়ে নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী এখন ভ্যানত খুন্দা মৰাত ৯ জন লোকৰ মৃত্যু হয়। বিবাহ অনুষ্ঠানৰ পৰা উভতি অহা ভ্যানখনত আছিল ১০জন লোক। ইয়াৰে ৯ জন লোকৰ

নিজ ঘৰতেই উদ্ধাৰ তিনিবাৰৰ গ্ৰেমী বঁটা বিজয়ী গায়িকাৰ মৃতদেহ; শোকস্তব্ধ অনুৰাগী

আমেৰিকান আইডল বিজয়ী তথা গ্ৰেমী বঁটা বিজয়ী শিল্পী মেণ্ডিছাৰ মৃত্যু। ৰহস্যজনকভাৱে নিজ ঘৰতেই মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনপ্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ৪৭

ভয়ংকৰ পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু, এজন আহত

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। তীব্ৰ বেগত অহা এখন অচিনাক্ত বাহনে পিছফালৰ পৰা এখন মটৰ চাইকেলক খুন্দা মৰাৰ ফলত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয়। আনহাতে এগৰাকী ছোৱালী গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে