ক্ৰিকেটত সংযোজন ঘটিছে নতুন যুগৰ ৰঙীন ষ্টাম্প।
সলনি হৈছে ক্ৰিকেট।এইবাৰ ক্ৰিকেটত প্ৰৱেশ ঘটিছে নতুন যুগৰ ৰঙীন ষ্টাম্প। অষ্ট্ৰেলিয়াৰ টি-২০ ‘বিগ বেছ লীগ’ত জিলিকি উঠিছে নতুন ৰঙীন ষ্টাম্প। ইলেক্ট্ৰা ষ্টাম্পছ (ELECTRA STUMPS ) হিচাপে পৰিচিত এই ষ্টাম্পৰ বিশেষত্ব হ’ল প্ৰতিটো!-->…
নতুন বছৰক আদৰণি জনাবলৈ যাওতে সাৱধান হওক ।
২০২৩ ক বিদায় দি ২০২৪ ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন । পুৰণি বৰ্ষক বিদায় দি নতুন বছৰক আদৰণি জনাবলৈ যাওতে আপুনি সাৱধান হওক। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নতুন বছৰক আদৰণি জনায় আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাসকল অধিক সাৱধান হব লাগিব,!-->…
২০২৪ৰ গণৰাজ্য দিৱসৰ অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন!
২০২৪ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ সম্ভাৱনা আছে ।ভাৰত চৰকাৰে গণৰাজ্য দিৱসৰ অতিথি হিচাপে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো!-->…
দাম কমিল চিলিণ্ডাৰৰ। ক’ত কিমান দাম? ishan news
নৱবৰ্ষৰ পূৰ্বে সাধৰণ জনতালৈ মোদী চৰকাৰৰ উপহাৰ৷ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম৷ আজিৰে পৰা ৩৯.৫০ টকাকৈ কমিল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ১,৭৫৭ টকা, আনহাতে কলকাতাত ১,৮৬৮ টকা৷ নৱেম্বৰত ৫৭ টকাকৈ!-->…
পেলনীয়া বাঁহ-বেতৰ সামগ্ৰীৰে ঘৰতে সাজি উলিয়ালে দমকল। ishan news…
শাৰীৰিকভাৱে বিশেষ অক্ষম যুৱক দ্বীপজ্যোতি নাথৰ হাতৰ চমক। দ্বীপজ্যোতি নাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ ঘৰুৱা সামগ্ৰী। দ্বীপজ্যোতি নাথৰ শোৱনী কোঠাত ভৰি পৰিছে ইটোৰ পিছত সিটো প্ৰয়োজনীয় সামগ্ৰী।
https://fb.watch/p4Mc4_qTUS/
!-->!-->!-->!-->!-->…
জম্মু-কাশ্মীৰত পুলৱামাৰ দৰে আক্ৰমণ!সেনাৰ ট্ৰাকক লক্ষ্য কৰি উগ্ৰপন্থীৰ গুলীচালনা
জম্মু-কাশ্মীৰৰ পুঞ্চত সেনাৰ ট্ৰাকক লক্ষ্য কৰি উগ্ৰপন্থীৰ গুলীচালনা । জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, বৃহস্পতিবাৰে অৰ্থাত আজি বিয়লি জম্মুৰ পুঞ্চত ভাৰতীয় সেনা কঢ়িয়াই নিয়া এখন ট্ৰাকত নিৰ্বিচাৰে গুলীচালনা কৰে উগ্ৰপন্থীয়ে। এই!-->…
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত ।সংসদৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পন CISF ক
নতুন সংসদ ভৱনত শেহতীয়াকৈ সংঘটিত নিৰাপত্তাজনিত ঘটনাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।দিল্লী আৰক্ষীৰ পৰিৱৰ্তে এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্বত থাকিব কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF) । সংসদ ভৱন!-->…
ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি। ৩জনৰ মৃত্যু আক্ৰান্তৰ সংখ্যা২৬৬৯লৈ বৃদ্ধি
দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২০ ডিচেম্বৰত কেৰালাত ৩০০ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে তিনিজনৰ মৃত্যু হৈছে । শেহতীয়াকৈ দেশত মুঠ!-->…
জিপিএছ প্ৰযুক্তিৰ জৰিয়তে টোল সংগ্ৰহ কৰিবলৈ সাজু চৰকাৰ
জিপিএছ প্ৰযুক্তিৰ জৰিয়তে টোল সংগ্ৰহ কৰিবলৈ সাজু হৈছে চৰকাৰ। কিছু দিনৰ পিছৰ পৰা টোল প্লাজাত ৰৈ আৰু টোল দিব নালাগিব। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত টোল প্লাজাত ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হৈ থকাৰ পৰা সকাহ পাব।!-->…
২ মুছলমান বিধায়কৰ কৰ্মই আচৰিত কৰিলে সকলোকে….
ৰাজস্থানৰ ২ মুছলমান বিধায়কৰ কৰ্ম-কাণ্ডই আচৰিত কৰিছে সকলোকে। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত যোৱা বুধবাৰে আয়োজন কৰা প্ৰথমখন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত প্ৰটেম স্পীকাৰে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰায়। শপত গ্ৰহণ!-->…