ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

সমাজ কল্যাণ সঞ্চালকৰ কমিছনৰ অংকত ৰাজ্যত বন্ধ শিশু খাদ্যৰ যোগান!

সমাজ কল্যাণ বিভাগে ক’ড অৱ কণ্ডাক্টৰ নামত বন্ধ ৰাখিছে শিশু খাদ্য যোগান। লোকসভা নিৰ্বাচনৰ দোহাই দি যোৱা এপ্ৰিল মাহৰ পৰাই শিশুৰ খাদ্য যোগান বন্ধ ৰখাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কোনো পৰিস্থিতিতে শিশু খাদ্যৰ যোগান বন্ধ ৰাখিব

আঙুলিৰ সলনি জিভাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিত্সকে…. তাৰ পিছত?

কি কি যে ঘটনা নঘটে এইখন দেশত। কৰিব লাগিছিল হাতৰ আঙুলিৰ অস্ত্ৰোপচাৰ। হাতৰ আঙুলিৰ পৰিৱৰ্তে জিভাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিত্সকে। চিকিত্সকৰ ভুল চিকিত্সাৰ বলি হ’ল এগৰাকী চাৰি বছৰীয়া কণমাণি। কণমাণিটিৰ এখন হাতত থকা এটা অতিৰিক্ত আঙুলি আঁতৰ কৰিবলৈ

কলকাতাৰ বিৰুদ্ধে মেচৰ পূৰ্বে কমাখ্যা মন্দিৰ দৰ্শন কেশৱ মহাৰাজৰ

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰ কেশৱ মহাৰাজে। মহাৰাজে পূজা-অৰ্চনা কৰাৰ লগতে মা দেৱীৰ আশীৰ্বাদ লয়। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীৰ মন্দিৰ দৰ্শনৰ ফটো

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত! অৱসৰ ঘোষণা ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীৰ

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত পৰিল। আৱেগিকভৰা ভিডিঅ’ প’ষ্টৰ জৰিয়তে দুই দশকজোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ভাৰতীয় ফুটবলৰ কিম্বদন্তী ছুনীল ছেত্ৰীয়ে। অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে কলকাতাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ

চাহ-কফি শৰীৰৰ বাবে কিমান উপকাৰী? জানি লওক ICMRৰ শীৰ্ষ চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ

ভাৰতীয় সংস্কৃতিত গভীৰভাৱে প্ৰচলিত প্ৰিয় পানীয় চাহ আৰু কফি সেৱনৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে। শেহতীয়াকৈ চিকিৎসা সংস্থাটোৱে নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (এনআইএন)ৰ সৈতে

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; শীৰ্ষ নেতাসহ ৬ জন মাওবাদীৰ মৃত্যুৰ খবৰ

শুকুৰবাৰে পুৱা ছত্তীশগড়ৰ বিজাপুৰৰ পীড়িয়া বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষত ৬ জন মাওবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে। বনাঞ্চলত আত্মগোপন কৰি থকা মাওবাদীৰ কেইবাগৰাকীও শীৰ্ষ নেতাক ঘেৰাও কৰি ৰাখিছে

বকোত EVM কঢ়িওৱা ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ; দুজনৰ অৱস্থা সংকটজনক

বকোৰ শিংৰাত পথ দুৰ্ঘটনা। EVM কঢ়িওৱা ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ। দুই বাইক আৰোহীৰ অৱস্থা অতি সংকটজনক। ততাতৈয়াকৈ বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি দুই আহতক। বকোৰ নগৰবেৰাৰ পৰা EVM কঢ়িয়াই আনিছিল ট্ৰেভেলাৰখনে। আহত দুজনক

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যু

মঙলবাৰে জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। দুয়ো পক্ষৰ মাজত এতিয়াও এনকাউণ্টাৰ চলি আছে। সন্ত্ৰাসবিৰোধী অভিযান সমাপ্ত হোৱাৰ পাছতহে নিহত সন্ত্ৰাসবাদী দুজনক চিনাক্ত কৰা হ’ব

বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ; এজন জোৱানৰ মৃত্যু, ৪ জন আহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত এজন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন জোৱান গুৰুতৰভাৱে আহত হয়। শনিবাৰে বিয়লি প্ৰায় ৬.১৫ বজাত নিৰাপত্তাৰক্ষীৰ এটা দলে নিজৰ ঘাটিলৈ উভতি আহি থকা অৱস্থাত

ৰাম মন্দিৰ দৰ্শনলৈ যোৱা বাহন দুৰ্ঘটনাত পতিত; দুজন ভক্তৰ মৃত্যু, আহত ১০

অযোধ্যাস্থিত ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যোৱা এখন ভক্তৰে ভৰা বাহন দুৰ্ঘটনাত পতিত হৈ এগৰাকী মহিলাকে ধৰি মুঠ দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এখন তীব্ৰবেগী ট্ৰাকে খুন্দিওৱাৰ ফলত সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত আহত হয় আন ১০ জন লোক। মৃতদেহ দুটা